গুৱাহাটী, 22 মাৰ্চ : গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা জব্দ আমেৰিকাৰ মুদ্ৰাসহ দুজনকৈ মণিপুৰৰ যুৱক ৷ নিউ জলপাইগুৰিৰপৰা মণিপুৰলৈ নিয়াৰ পথতে শতাব্দী এক্সপ্ৰেছত তালাচী চলাই ৰে'ল আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰাখিনি ৷
গুৱাহাটী ৰে'ল ষ্টেচনত ওলাল আমেৰিকান ডলাৰঃ কিয় আৰু কেনেকৈ? - ৰে'ল আৰক্ষী
নিউ জলপাইগুৰিৰ পৰা মণিপুৰলৈ নিয়াৰ পথতে শতাব্দী এক্সপ্ৰেছৰ পৰা আটক 5 লাখ আমেৰিকান ডলাৰসহ দুই মণিপুৰী যুৱক ৷ বিদেশী মুদ্ৰাখিনিৰ ভাৰতীয় মূল্য হ'ব প্ৰায় তিনি কোটি টকা ৷
![গুৱাহাটী ৰে'ল ষ্টেচনত ওলাল আমেৰিকান ডলাৰঃ কিয় আৰু কেনেকৈ?](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2766287-1063-8b1e4596-2128-4e8c-8416-3b9207ade61d.jpg?imwidth=3840)
আমেৰিকাৰ মুদ্ৰাসহ আটক দুজনকৈ মণিপুৰৰ যুৱক
গুৱাহাটী, 22 মাৰ্চ : গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা জব্দ আমেৰিকাৰ মুদ্ৰাসহ দুজনকৈ মণিপুৰৰ যুৱক ৷ নিউ জলপাইগুৰিৰপৰা মণিপুৰলৈ নিয়াৰ পথতে শতাব্দী এক্সপ্ৰেছত তালাচী চলাই ৰে'ল আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰাখিনি ৷
আমেৰিকাৰ মুদ্ৰাসহ আটক দুজনকৈ মণিপুৰৰ যুৱক
আমেৰিকাৰ মুদ্ৰাসহ আটক দুজনকৈ মণিপুৰৰ যুৱক
Intro:গুৱাহাটী ৰে'ল আৰক্ষীয়ে জব্দ কৰিলে ৫ লাখ আমেৰিকাৰ মুদ্ৰা। বৃহৎ পৰিমাণৰ এই মুদ্ৰাৰ লগতে আটক দুজন মণিপুৰৰ যুৱক। এন গি পিৰ পৰা মণিপুৰলৈ নিয়াৰ পথত ৰে#ল আৰক্ষীয়ে জব্দ কৰে মুদ্ৰাখিনি।
Body:লোকসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী ৰে'ল আৰক্ষীয়ে এই বৃহৎ সফলতা লাভ কৰি শতাব্দী এক্সপ্ৰেছৰ পৰা পাঁচ লাখ বিদেশী মুদ্ৰাসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আজি পোৱাৰভাগত গুৱাহাটী ৰে'ল আৰক্ষীয়ে পল্টন বজাৰস্থিত ৰে'ল ষ্টেচনত শতাব্দী এক্সপ্ৰেছত তালাচি চলাই এই বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা জব্দ কৰে। মণিপুৰৰ টি পিয়াঙ আৰু গালিয়ামুং নামৰ দুজন যুৱকে এন গি পিৰ পৰা এই বৃহৎ পৰিমাণ মুদ্ৰা মণিপুৰলৈ নিয়াৰ পথত ৰে'ল আৰক্ষীৰ হাতত ধৰা পৰে। জানিব পৰা মতে এই পাঁচ লাখ আমেৰিকেন মুদ্ৰাৰ ভাৰতীয় মূল্য প্ৰায় তিনি কোটি টকা হ'ব। ৰে'ল আৰক্ষীয়ে মণিপুৰৰ যুৱক দুজনক জেৰা চলাই আছে। জব্দ হোৱা মুদ্ৰাখিনি আচল নে নকল জানিব পৰা হোৱা নাই।
বাইট : আটক যুৱক
Conclusion:উল্লেখ্য যে ইয়াৰ পূৰ্বেও গুৱাহাটী ৰেল ষ্টেচনত বিভিন্ন নিচাজাতীয় লগতে চোৰাং সামগ্ৰীৰ ধৰা পৰিছে। মুঠতে গুৱাহাটী ৰে'ল ষ্টেচনত চোৰাং সামগ্ৰীৰ ট্ৰেনজিত পইণ্ট হিচাপে চোৰাং সামগ্ৰীৰ ব্যৱসায়ী সকলৰ প্ৰথম পচন্দ হৈ পৰিছে।