গুৱাহাটী, 25 মে' : পূৰ্বৰ সফলতাৰ ধ্বজা বজাই ৰাখি জিলিকিছে গুৱাহাটী কমাৰ্চ কলেজ । কলেজখনৰ তিনিগৰাকী কীৰ্তমান শিক্ষাৰ্থীৰ স্থান দখলে কৰি পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিছে ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনলৈ ৷
পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখিলে গুৱাহাটী কৰ্মাচ কলেজে - গুৱাহাটী কমাৰ্চ কলেজ
তিনিগৰাকী শিক্ষাৰ্থীৰ স্থান লাভেৰে উজলি উঠিল গুৱাহাটী কমাৰ্চ কলেজ ৷
পূৰ্বৰ গৰিমা অক্ষুণ্ণ গুৱাহাটী কৰ্মাচ কলেজৰ
গুৱাহাটী, 25 মে' : পূৰ্বৰ সফলতাৰ ধ্বজা বজাই ৰাখি জিলিকিছে গুৱাহাটী কমাৰ্চ কলেজ । কলেজখনৰ তিনিগৰাকী কীৰ্তমান শিক্ষাৰ্থীৰ স্থান দখলে কৰি পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিছে ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনলৈ ৷
Intro:পূৰ্বৰ সাফল্যৰ ধাৰা অক্ষুন্ন ৰাখিলে গুৱাহাটী কমাৰ্চ কলেজে । এইবাৰৰ ফলাফলত বানিজ্য শাখাত গুৱাহাটী কমাৰ্চ কলেজে পূৰ্বৰ ধাৰা ধৰি ৰাখিবলৈ সক্ষম হৈছে । কলেজখনৰ তিনি গৰাকী কীৰ্তমানে স্থান দখল কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । নেহা আগৰৱালা তৃতীয় স্থান, অৰুনাভ নাথে চতুৰ্থ স্থান আৰু ৰাহুল ৰয়ে পঞ্চম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনে কমাৰ্চ কলেজলৈ । কলেজখনৰ এনে সাফল্যত আনন্দিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী ৰ লগতে সকলো ।
বাইট
কেৱল ইমানেই নহয় গুৱাহাটী কমাৰ্চ কলেজত এই উত্তীৰ্ণ ৰ হাৰ ১০০ শতাংশ । শৈক্ষিক ক্ষেত্ৰত এক সফলতাৰ ধাৰা এইদৰে ধৰি ৰাখি গুৱাহাটী মহানগৰীত এক বিশেষ মৰ্যাদা লাভ কৰিছে ।
এনেদৰেই গুৱাহাটী গুৱাহাটী কমাৰ্চ কলেজে পুনৰ বাৰ সাফল্যৰ হাহি মাৰিলে । লগতে শৈক্ষিক ক্ষেত্ৰ খনত জিলিকাই তুলিলে তিনি কীৰ্তিমানক ।
Body:লিপিকা ডেকা
Conclusion:গুৱাহাটী