- মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে দিন ডকাইতি ঘটনা
- গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে ডেৰ লাখকৈ টকা
- দীপক দাস নামৰ লোকজনে গড়চুকৰ SBIৰ পৰা উলিয়াই আনিছিল টকাখিনি
- মালিগাঁৱত গাড়ীত টকাখিনি থৈ বজাৰ কৰি থাকোতে টকাখিনি লৈ পলায়ন দুৰ্বৃত্তৰ
- জালুকবাৰী থানাৰ সমীপতে সংঘটিত হৈছে এই ঘটনা মহানগৰীত গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে ডেৰ লাখকৈ টকা
মহানগৰীত দিন ডকাইতি : লুটি নিলে ডেৰ লাখকৈ টকা - লুটি নিলে ডেৰ লাখকৈ টকা
মহানগৰীত গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে ডেৰ লাখকৈ টকা
![মহানগৰীত দিন ডকাইতি : লুটি নিলে ডেৰ লাখকৈ টকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4212809-thumbnail-3x2-robbery.jpg?imwidth=3840)
মহানগৰীত দিন ডকাইতি
- মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে দিন ডকাইতি ঘটনা
- গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে ডেৰ লাখকৈ টকা
- দীপক দাস নামৰ লোকজনে গড়চুকৰ SBIৰ পৰা উলিয়াই আনিছিল টকাখিনি
- মালিগাঁৱত গাড়ীত টকাখিনি থৈ বজাৰ কৰি থাকোতে টকাখিনি লৈ পলায়ন দুৰ্বৃত্তৰ
- জালুকবাৰী থানাৰ সমীপতে সংঘটিত হৈছে এই ঘটনা মহানগৰীত গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে ডেৰ লাখকৈ টকা
Intro:মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে দিন ডকাইতি ঘটনা। গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে ডেৰ লাখকৈ টকা। দীপক দাস নামৰ লোকজনে গড়চুকৰ SBIৰ পৰা উঠাইছিল টকাখিনি। মালিগাঁৱত গাড়ীত টকাখিনি থৈ বজাৰ কৰি থাকোতে দুৰ্বৃত্তই টকাখিনি লৈ উধাও হয়। জালুকবাৰী থানাৰ সমীপতে সংঘটিত হৈছে এই ঘটনা। এই ঘটনাৰ পিছতেই আৰক্ষীৰ নিৰাপত্তাকলৈও উত্থাপিত হৈছে প্ৰশ্নৰ। কিদৰে আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত সংঘটিত হ'ব পাৰে এই ডকাইতিৰ ঘটনা। Body:Hirul Haque Conclusion:Guwahati