ETV Bharat / city

মৰাণত দলং ভাগি খাৱৈত পৰিল জেচিবি

author img

By

Published : Feb 10, 2020, 5:35 AM IST

দলং ভাঙি খাৱৈত পৰিল জেচিবি ৷ মৰাণ 1 নং ডোমৰদলং আৰু ৰাংচালী সংযোগী পথত পথ দুৰ্ঘটনা ৷

মৰাণত দলং ভাগি খাৱৈত পৰিল জেচিবি
মৰাণত দলং ভাগি খাৱৈত পৰিল জেচিবি

মৰাণ, 10 ফেব্ৰুৱাৰীঃ মৰাণ সমষ্টিৰ অন্তৰ্গত মৰাণ 1 নং ডোমৰদলং আৰু ৰাংচালী সংযোগী পথত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দলং ভাঙি খাৱৈত পৰে এখন জেচিবি বাহন ।

এটা সৰু জানৰ ওপৰত থকা পুৰণি দলং খন দুৰ্বল হোৱা হেতুকে পথৰ কাম কৰি থকা AS 06 AC 6163 ‌নম্বৰৰ JCB খন দলং ভাগি খাৱৈত পৰি যায় । অৱশ্যে সৌভাগ্য ক্ৰমে চালক জনে নিজক বচাবলৈ জপিয়াই দিয়াত প্ৰাণ ৰক্ষা পৰে ৷ সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় চালকগৰাকী ৷

দলং ভাঙি খাৱৈত পৰিল জেচিবি

প্ৰায় 7 খন গাঁও সংযোগী এই ব্যস্ততাপূৰ্ণ পথটোৰে বহু ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যৱসায় বাণিজ্য কৰা গাঁৱৰ শ-শ লোকে যাতায়ত কৰে ৷ কিন্তু পুৰণি দলং খন মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কেৰ আহৰি নাই ৷ এই দুৰ্ঘটনাৰ পাচতেই ৰাইজে সমষ্টিটোৰ বিধায়ক চক্ৰধৰ গগৈক এটা পকী আৰু বহল দলং নিৰ্মাণ কৰাৰ দাবী জনায় ।

Intro:
প্ৰতিবেদক মৰাণ ৯ ফেব্ৰুৱাৰী:-

মৰাণ সমষ্টিৰ অন্তৰ্গত মৰাণ ১ ডোমৰদলং আৰু ৰাংচালী সংযোগী পথত আজি দলং ভাঙি খাৱৈত পৰিল JCB । এটা সৰু জানৰ ওপৰত থকা পুৰণি দলং খন দুৰ্বল হোৱা হেতুকে পথৰ কাম কৰি থকা AS 06 AC 6163 ‌নম্বৰৰ JCB খন দলংখন ভাগি খাৱৈত পৰি যায় । JCB চালক জনে নিজক বচাবলৈ জপিয়াই দিয়াত সামান্য আঘাত পাই । ব্যস্ততাপূৰ্ণ পথটোৰে ছাত্ৰ-ছাত্ৰীৰ পৰা ব্যৱসায় বানিজ্য কৰা হাজাৰ হাজাৰ লোকে যাতায়ত কৰে যদিও পুৰণি দলং খন মেৰামতি কৰাত আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কেও গুৰুত্ব দিয়া নাছিল । ৰাইজে সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক উক্ত দুৰ্বল দলংৰ ঠাইত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ দাবী জনায় ।Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.