ETV Bharat / city

খোৱাং চাহ বাগিচাত বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ

খোৱাং চাহ বাগিচাত বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ ৷ ক’ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই চাহ বাগিচা কৰ্তৃপক্ষৰ এই সিদ্ধান্ত ৷

author img

By

Published : May 10, 2021, 6:24 PM IST

খোৱাং চাহ বাগিচাত বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই

মৰাণ,10 মে': ক'ভিড-19 ৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ লগে লগেই ডিব্ৰুগড়ৰ সকলো চাহ বাগিচাতে সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । দেওবাৰৰ পৰা খোৱাং চাহ বাগিচাৰ লাইনত বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ কৰিছে বাগিচা কৰ্তৃপক্ষই । চাহ বাগিচাখনৰ প্ৰতিটো শ্ৰমিক লাইনৰ প্ৰৱেশ পথত বাঁহ বান্ধি আৰু ক'ভিড নীতি-নিয়মৰ জাননী আঁৰি বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ কৰিছে ।

খোৱাং চাহ বাগিচাত বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ

শেহতীয়াকৈ চাহ বাগিচাসমূহতো ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই খোৱাং চাহ বাগিচা কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : ক্ৰমাৎ ক’ভিড হটস্পটত পৰিণত কৰিমগঞ্জৰ কাৰাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.