- উত্তৰ-পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক দিশত কিছু সালসলনি (Registrar of Dibrugarh University)
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক হিচাপে দায়িত্বত থকা ড৹ পৰমানন্দ সোণোৱালক বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে সোণোৱালক তাৎক্ষণিকভাৱে দিয়ে নিযুক্তি (new registrar of Dibrugarh University)
- ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ সমস্যাটো সোনোৱালে কিছু হ'লেও সমাধান কৰিব পাৰিব বুলি আশা শিক্ষাৰ্থীৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালক বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি - ড৹ পৰমানন্দ সোণোৱালক নিযুক্তি
উত্তৰ-পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ অধিক সুস্থিৰ কৰি কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক দিশত কিছু সালসলনি কৰা পৰিলক্ষিত হৈছে (Registrar of Dibrugarh University) । ড৹ জিতেন হাজৰিকাক উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক হিচাপে দায়িত্বত থকা ড৹ পৰমানন্দ সোণোৱালক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি দিয়া হয় (Paramanand Sonowal new registrar) ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি