ETV Bharat / city

ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা মুখ্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : Nov 23, 2020, 4:18 PM IST

ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা মুখ্যমন্ত্ৰী সোণোৱালৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰা বাবে বহুকেইটা কাৰ্যসূচী আধাতে সামৰি গুৱাহাটীলৈ ৰাওনা হয় সোণোৱাল ৷

ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা মুখ্যমন্ত্ৰী সোণোৱালৰ
মুখ্যমন্ত্ৰী সোণোৱাল

নিউজ ডেস্ক, 23 নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিক লৈ যথেষ্ট চিন্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ডুমডুমাত আধাতে শ্ৰমিক দিৱসৰ কাৰ্যসূচী সামৰি বিশেষ হেলিকপ্তাৰযোগে গুৱাহাটীলৈ ৰাওনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

  • Flying back to Guwahati from Dibrugarh after cancelling my programmes midway to be on the side of respected Tarun Gogoi da & his family as the former CM's health deteriorates. He has always been a father figure to me. I join millions in praying for his recovery. @GauravGogoiAsm

    — Sarbananda Sonowal (@sarbanandsonwal) November 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীগৰাকীয়ে বাতিল কৰিলে তিনিচুকীয়াৰ বৰডুবিত অংশগ্ৰহণ কৰিবলগীয়া আন এক কাৰ্যসূচীও । বিশেষ হেলিকপ্তাৰেৰে ডিব্ৰুগড়ৰ পৰা তেওঁ পোনে পোনে ৰাওনা হয় গুৱাহাটীৰ জিএমচিএইছলৈ । প্ৰায় পাঁচ বজাত গুৱাহাটীত উপস্থিত হ'বগৈ মুখ্যমন্ত্ৰী সোণোৱাল ৷ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ইটিভিৰ ডিব্ৰুগড়ৰ সাংবাদিকক জনালে এই তথ্য ।

লগতে পঢ়ক : থোৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.