ETV Bharat / city

ধুবুৰীত বিশ্ব পৰিৱেশ দিৱস পালন - নৰ্থ ইষ্ট এনিমেল প্ৰটেকচন চোচাইটি

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতি সংগতি ৰাখি ধুবুৰীতো গছপুলি ৰোপণ কাৰ্যসূচী ৷ নৰ্থ ইষ্ট এনিমেল প্ৰটেকচন চ'চাইটিৰ সদস্যসকলে পালন কৰে এই কাৰ্যসূচী ৷

world environment day celebration in dhuburi
ধুবুৰীত বিশ্ব পৰিৱেশ দিৱস পালন
author img

By

Published : Jun 5, 2021, 11:09 PM IST

ধুবুৰী, 5 জুন : আজি 5 জুন ৷ বিশ্ব পৰিৱেশ দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ বিভিন্ন স্থানত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । ধুবুৰী জিলাৰ বিভিন্ন স্থানত পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ।

নৰ্থ ইষ্ট এনিমেল প্ৰটেকচন চোচাইটিৰ ধুবুৰী জিলা গোটৰ কৰ্মকৰ্তা সকলে গছপুলি ৰোপণ কৰি পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস । নৰ্থ ইষ্ট এনিমেল প্ৰটেকচন চ'চাইটিৰ ধুবুৰী জিলা গোটৰ সভাপতি আবু নাচেৰ জেলানি আৰু সম্পাদক ছাহানুৰ ইছলামৰ নেতৃত্বত চচাইটিৰ এটা সজাতি দলে ধুবুৰীৰ বিভিন্ন অঞ্চলৰ পথৰ কাষত শতাধিক গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে ।

ইফালে দ্যা হিউমেনিটিৰ উদ্যোগত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ভূপেন হাজৰিকা গোলাপ উদ্যানত গছপুলি ৰোপণ কৰি পালন কৰে বিশ্ব পৰিৱেশ দিৱস ।

লগতে পঢ়ক : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে "দৌৰ"ৰ ব্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.