ETV Bharat / city

বিলাসীপাৰাত শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা

বৃহস্পতিবাৰে সাপটগ্ৰাম লীলানন্দ আশ্ৰমৰ মহাপ্ৰভু জগন্নাথ মন্দিৰৰ পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ৰথযাত্ৰা উলিওৱা হয় ।

বিলাসীপাৰাত শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা
author img

By

Published : Jul 5, 2019, 8:42 AM IST

বিলাসীপাৰা , ০৫ জুলাই : বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে বিলাসীপাৰাৰ সাপটগ্ৰামৰ লীলা নন্দ পাগলবাবা আশ্ৰমত ৯ দিনীয়াকৈ শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা আৰু মেলা প্ৰদৰ্শনী আৰম্ভ হয় । বৃহস্পতিবাৰে সাপটগ্ৰাম লীলানন্দ আশ্ৰমৰ মহাপ্ৰভু জগন্নাথ মন্দিৰৰ পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ৰথযাত্ৰা উলিওৱা হয়।

এই ৰথযাত্ৰা কাৰ্যসূচীত নামনি অসমৰ বিভিন্ন ঠাইৰ কেইবা সহস্ৰাধিক ভক্ত বৈষ্ণৱে অংশ গ্ৰহণ কৰে । ৰথযাত্ৰা উপলক্ষে সাপটগ্ৰাম শান্তিপুৰ খেল পথাৰত অহা ১২ জুলাইলৈকে মেলা আৰু প্ৰদৰ্শনী চলিব । আৰু ১২ জুলাইৰ দিনা অগণন ভক্তৰ উপস্থিতিত পৰম্পৰাগতভাৱে পুনৰ ৰথ খন জগন্নাথ মন্দিৰ লৈ অনা হ'ব ।

Intro:Anchor : বিলাসীপাৰাৰ সাপটগ্ৰামৰ লীলা নন্দ পাগলবাবা আশ্ৰমত ৯ দিনীয়াকৈ আৰম্ভ শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা আৰু মেলা প্ৰদৰ্শনী ৷Body:V. OVER : পৰম্পৰাগতভাৱে বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে বিলাসীপাৰাৰ সাপটগ্ৰামতো শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা আৰু ৯ দিনীয়া আৰম্ভ হয় ৰথ মেলাৰ |বৃহস্পতিবাৰে সাপটগ্ৰাম লীলানন্দ আশ্ৰমৰ মহাপ্ৰভু জগন্নাথ মন্দিৰৰ পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে উলিওৱা এই ৰথযাত্ৰা | এই ৰথযাত্ৰা কাৰ্যসূচীত নামনি অসমৰ বিভিন্ন ঠাইৰ কেইবা সহস্ৰাধিক ভক্ত বৈষ্ণৱে অংশ গ্ৰহণ কৰে |Conclusion:ৰথযাত্ৰা উপলক্ষে সাপটগ্ৰাম শান্তিপুৰ খেল পথাৰত অহা ১২ জুলাই লৈ চলিব মেলা আৰু প্ৰদৰ্শনী | ১২ জুলাইৰ দিনা অগনন ভক্ত ৰাইজৰ উপস্থিতিত পৰম্পৰাগত ভাৱে পুনৰ ৰথ খন জগন্নাথ মন্দিৰ লৈ অনা হব |
Bite:- সভাপতি, জগন্নাথ মন্দিৰ ।

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.