ETV Bharat / city

ক’ভিড 19: বিলাসীপাৰাত এজন কৰ’ণাত আক্ৰান্ত - 3 নং ৱাৰ্ড

বিলাসীপাৰাত এজনৰ দেহত কৰ’ণাৰ অৱস্থিতি ৷ বিলাসীপাৰাত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে ৷

ক’ভিড-19: বিলাসীপাৰাত দেওবাৰে এজন কৰ’ণাত আক্ৰান্ত

author img

By

Published : Apr 18, 2021, 9:10 PM IST

পশ্চিম বিলাসীপাৰা,18 এপ্ৰিল: দেশৰ লগতে ৰাজ্যজুৰি অব্যাহত আছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ দিনকদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ যোৱা 24 ঘণ্টাত অসমত 876 গৰাকীকৈ ব্যক্তিৰ দেহত পোৱা গৈছে কৰ’ণাৰ অৱস্থিতি ৷ ধুবুৰীৰ বিলাসীপাৰাত দেওবাৰে পুনৰ এজন ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিড-19 ৷

বিলাসীপাৰাত এজন কৰ’ণাত আক্ৰান্ত

ইয়াকে লৈ বিলাসীপাৰাত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে ৷ আক্ৰান্ত গৰাকী বিলাসীপাৰা চহৰৰ 3 নং ৱাৰ্ডৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত ব্যক্তিগৰাকীৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি ৷ প্ৰাথমিক চিকিৎসা প্ৰদান কৰা চিকিৎসক গৰাকীক বৰ্তমান হোম কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে ছীল কৰি দিয়া হৈছে বিলাসীপাৰা সহকাৰী স্বাস্থ্যকেন্দ্ৰ ৷

লগতে পঢ়ক : বৰপেটাত অনুজ্ঞাপত্ৰবিহীন ব্যৱসায়িক প্ৰতিষ্ঠান ছীল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.