ETV Bharat / city

ধুবুৰীত আটক এটি এম ডকাইতৰ দল

author img

By

Published : Jul 3, 2020, 7:23 AM IST

ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে 1 টা 7.65 এমএম পিষ্টল,1 টা 7.65 এমএম সজীৱ গুলি,1 টা এলপিজি চিলিণ্ডাৰ, 1 টা অক্সিজেন চিলিণ্ডাৰ, এখন চাৰিচকীয়া আৰু এখন দুচকীয়া বাহন জব্দ কৰে ৷

Gauripur police arrested 5 ATM thief
ধুবুৰীত আটক এটিএম ডকাইতৰ দল

ধুবুৰী, 3 জুলাই : ধুবুৰী জিলাৰ গৌৰীপুৰত আৰক্ষীয়ে বৃহস্পতিবাৰে এটা এটিএম ডকাইতৰ দলক আটক কৰে ৷ গৌৰীপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰে পাঁচজনীয়া ডকাইতৰ দলটোক ৷ আটকাধীন ডকাইতকেইটা ক্ৰমে ছাইদুল ইচলাম,ৰাহুল ৰয়,ছাহজাহান আলী,মুকতাৰ হুছেইন আৰু আমিনুল হক ৷

Gauripur police arrested 5 ATM thief
ধুবুৰীত আটক এটিএম ডকাইতৰ দল

ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে 1 টা 7.65 এমএম পিষ্টল, 1 টা 7.65 এমএম সজীৱ গুলি,1 টা এলপিজি চিলিণ্ডাৰ, 1টা অক্সিজেন চিলিণ্ডাৰ, এখন চাৰিচকীয়া আৰু এখন দুচকীয়া বাহন জব্দ কৰে ৷ বৰ্তমান আৰক্ষীয়ে জেৰা অব্য়াহত ৰাখিছে আটকাধীন ডকাইত কেইটাক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.