ETV Bharat / city

ধুবুৰীত নিৰ্বাচনক লৈ আকৰ্ষণীয় মামা-ভাগিনৰ যুঁজ

author img

By

Published : Apr 4, 2019, 5:17 AM IST

এফালে যদি ব্যক্তিগতভাৱে ভাগিন তথা বিধায়ক নজৰুল হকৰ ভোট-সহায় বিচৰাৰ মন মামাৰ আনফালে দলীয় প্ৰীতিত আকোৰগোঁজ ভাগিনে সহায় নকৰে মামা আবু তাহেৰ বেপাৰীক

মামা-ভাগিনৰ যুঁজ

ধুবুৰী, 3 এপ্ৰিল : ধুবুৰী লোকসভা সমষ্টিত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে মামা-ভাগিনৰ যুঁজখনে ৷ কিয়নো মামা আবু তাহেৰ বেপাৰীয়ে কংগ্ৰেছ দলৰ হৈ ধুবুৰী সমষ্টিৰ পৰা আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ আনফালে আকৌ ভাগিন এ আই ডি ইউ এফৰ বিধায়ক নজৰুল হক ব্যস্ত মামাৰ প্ৰতিদ্বন্দ্বী তথা এ আই ডি ইউ এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচন প্ৰচাৰ চলোৱা কাৰ্যত ৷

মামা-ভাগিনৰ যুঁজ
বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিয়েই কংগ্ৰেছ প্ৰাৰ্থী তথা মামা আবু তাহেৰ বেপাৰীয়ে সাংবাদিকৰ আগত কলে ব্যক্তিগতভাৱে ভাগিনৰ পৰা ভোট তথা সহায় বিচৰাৰ কথা ৷ কিন্তু আকোৰগোঁজ ভাগিন, তলা চাবিৰ বাহিৰে ক'তো ভোট প্ৰদান নকৰে ভাগিনে কিয়নো তেওঁৰ বাবে দলেই সকলো ৷ আনকি ভাগিনে কৈয়েই দিলে দলতকৈ মোমাই ডাঙৰ নহয় ৷ এনেদৰেই এতিয়া ধুবুৰীত চলিছে মামা ভাগিনৰ আকৰ্ষণীয় নিৰ্বাচনী যুঁজ ৷

SLUG- A_DHB_809_810_03APRIL_MAMA_BHAGIN_VIS+BYTE_SHAHANUR
Date:- 03/04/19
( Files send through MOJO )

    Anchor:- ব্যক্তিগত ভাবে ভাগিন তথা বিধায়ক নজৰুল হকৰ ভোট-সহায় বিচাৰিছে আবু তাহেৰে।

   vo:- ধুবুৰী লোকসভা নিৰ্বাচনত মামা ভাগিনৰ যুঁজ ক্ৰমাৎ আকৰ্ষণীয় হৈ গৈছে। আজি কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক সোধা এক প্ৰশ্ন উত্তৰত তেওঁ কয়ঃ ভাগিন যিহেতু এ আই ইউ ডি এফৰ বিধায়ক। ভাগিন হিচাপে ব্যক্তিগত ভাবে মই ভাগিনৰ ভোট আৰু সহায় বিচাৰিম। ইপিনে এ আই ইউ ডি এফৰ বিধায়ক ভাগিন নজৰুল হকৰ পৰা এই বিষয় প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁৰ পৰিয়ালত এই বিষয় উপস্থাপন কৰা হৈছিল বুলি কৈ ভাগিন বিধায়কে এ আই ইউ ডি এফৰ তলা চাবিৰ বাহিৰে কতো ভোট প্ৰদান নকৰে বুলি স্পষ্ট কৰি দিয়ে। আনহাতে মোমায়েকে কেতিয়াবা বিচাৰিলেও সেয়া গ্রহণযোগ্য নহয় বুলিও উল্লেখ কৰে। কিন্তু ৰাইজৰ মাজত চলি থকা চৰ্চ্চা অনুসৰি যদি এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হকে ভিতৰে ভিতৰে মোমায়েক আবু তাহেৰ বেপাৰীক সহায় কৰে তেন্তে বদৰুদ্দিন আজমল বিপদৰ সন্মুখীন হোৱাটো একপ্ৰকাৰ নিঃশ্চিত। ৰাইজৰ মাজত চৰ্চা হলেও আজি পুনৰ বিধায়ক গৰাকীয়ে কয়ঃ দলতকৈ মোমাই ডাঙৰ নহয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.