ETV Bharat / city

ফকিৰগঞ্জৰ বন্ধিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ আত্মহত্যা ! - বিচনদৈ দ্বিতীয় খণ্ড গাঁৱৰ খনিন্দ্ৰ চন্দ্ৰ ৰায়

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অধীনস্থ বন্দিহানা আৰক্ষী চকীৰ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা ৷ আৰক্ষী বিষয়াজন ধুবুৰীৰ গোলকগঞ্জৰ বিচনদৈ দ্বিতীয় খণ্ড গাঁৱৰ খনিন্দ্ৰ চন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে ৷

ফকিৰগঞ্জৰ বন্ধিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা
author img

By

Published : Sep 6, 2019, 2:30 PM IST

Updated : Sep 6, 2019, 7:49 PM IST

ধুবুৰী, 6 ছেপ্তেম্বৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অধীনস্থ বন্দিহানা আৰক্ষী চকীৰ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা ৷ নিশা প্ৰায় 3 মান বজাত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ আৰক্ষী বিষয়াজন ধুবুৰীৰ গোলকগঞ্জৰ বিচনদৈ দ্বিতীয় খণ্ড গাঁৱৰ খনিন্দ্ৰ চন্দ্ৰ ৰায় ৷ ঘটনাৰ পাচতে বন্দিহানা আৰক্ষী চকীত উপস্থিত হয় দক্ষিণ শালমাৰা আৰক্ষী আৰু দণ্ডাধীশ ৷

বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা

আৰক্ষী চকীৰ বাথৰুমত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা আৰক্ষী বিষয়া জনৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰা হৈছে ৷ দণ্ডাধীশ পৰ্যায়ত তদন্ত কৰাৰ পাচতহে সমগ্ৰ ঘটনাৰ আঁৰৰ তথ্য পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে ৷ আনহাতে, বিষয়া গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

Intro:ফকিৰগঞ্জৰ বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা।Body:দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত ফকিৰগঞ্জ আৰক্ষী থানাৰ অধীনস্থ বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা। নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা। বন্দিহানা আৰক্ষী চকীত উপস্থিত দক্ষিণ শালমাৰা আৰক্ষীসহ দণ্ডাধীশ। আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষী বিষয়া জন ধুবুৰীৰ গোলকগঞ্জৰ বিচনদৈ দ্বিতীয় খণ্ড গাঁওৰ খনিন্দ্ৰ চন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে।Conclusion:দণ্ডাধীশ পৰ্য্যায়ত তদন্ত কৰাৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। প্ৰকৃততে এয়া আত্মহত্যা নে ইয়াৰ আঁৰত আন কোনো ৰহস্য সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব। যদিওঁ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰী আৰু দক্ষিণ শালমাৰাত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Sep 6, 2019, 7:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.