ETV Bharat / city

ধুবুৰীত বিজেপিৰ সেৱা সপ্তাহ - প্ৰধানমন্ত্ৰী মোডীৰ আগন্তুক জন্মদিন উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰিছে সেৱা সপ্তাহ

প্ৰধানমন্ত্ৰী মোডীৰ আগন্তুক জন্মদিন উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰিছে সেৱা সপ্তাহ ৷

প্ৰধানমন্ত্ৰী মোডীৰ আগন্তুক জন্মদিন উপলক্ষে ধুবুৰীত বিজেপিৰ সেৱা সপ্তাহ
author img

By

Published : Sep 15, 2019, 9:27 PM IST

ধুবুৰী, 15 ছেপ্তেম্বৰ: সমগ্ৰ দেশৰ লগতে ধুবুৰীতো পূৰ্ণগতিত চলিছে আগন্তুক 17 ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে বিজেপিয়ে আৰম্ভ কৰা সেৱা সপ্তাহ ৷ অহা 20 ছেপ্তেম্বৰলৈকে চলিব লগা এই সপ্তাহৰ লগত সংগতি ৰাখি ধুবুৰী জিলা বিজেপিয়েও পৰা আৰম্ভ কৰিছে সেৱা সপ্তাহ কাৰ্যসূচী ৷ শনিবাৰে ৰক্তদান শিবিৰৰ কাৰ্য্যসূচীৰ পিছত আজি ধুবুৰী চহৰত আয়োজন কৰা হয় বিনামূলীয়া চিকিৎসা শিবিৰ । জিলা উপ-সভাপতি ডাঃ দেৱময় সান্যালকে ধৰি কেইবাজনো চিকিৎসকে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ শিবিৰত বিভিন্ন ৰোগৰ বিনামূলীয়া পৰীক্ষা কৰি দৰৱ আদিও বিতৰণ কৰা হয় ৷ উল্লেখযোগ্য যে, বিজেপিৰ এই সপ্তাহজোৰা সেৱা কাৰ্য্যসূচীৰ বাবে বিনামূলীয়া ঔষধৰ যোগান ধৰিছে দেশৰ বিভিন্ন দৰব কোম্পানীয়ে ৷

ধুবুৰীত বিজেপিৰ সেৱা সপ্তাহ

Intro:দেশৰ প্ৰধান মন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিয়ে দেশ তথা ৰাজ্যজুৰি আৰম্ভ কৰিছে সেৱা সপ্তাহ। ধুবুৰীতো চলিছে বিজেপিৰ সেৱা সপ্তাহ।

Body:

দেশ তথা ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰিছে সেৱা সপ্তাহ। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে অহা বিশ ছেপ্টেম্বৰ লৈকে চলিব বিজেপিৰ সেৱা সপ্তাহ। ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা বিজেপিয়েও শনিবাৰৰ পৰা সেৱা সপ্তাহৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। শনিবাৰে ৰক্তদান শিবিৰৰ কাৰ্য্যসূচীৰ পিছত আজি ধুবুৰী চহৰত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে। বিজেপিৰ জিলা উপ সভাপতি ডাঃ দেৱময় সান্যালকে ধৰি কেইবাজনো চিকিৎসক এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা কৰে। বিভিন্ন ৰোগৰ বিনামূলীয়া পৰীক্ষা কৰি দৰৱ পাতি বিনামূলীয়া কৈ বিতৰণ কৰা হয়।

Byte:- Dr. Debomoy Sanyal, Dist Vice President, BJP

Conclusion:উল্লেখযোগ্য যে, বিজেপিৰ এই সপ্তাহজোৰা সেৱা কাৰ্য্যসূচীত বিভিন্ন ঔষধ কোম্পানীয়ে বিনামূলীয়া ভাবে ঔষধ যোগান ধৰে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.