ETV Bharat / city

মনোনয়ন দাখিলৰ দিশে ৰাওনা ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী

author img

By

Published : Apr 3, 2019, 2:37 PM IST

পিতৃ মাতৃৰ কবৰস্থানত মূৰ দোৱাই নিজৰ বংশধৰ তথা সমৰ্থকৰ সৈতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিলৰ দিশে ৰাওনা আবু তাহেৰ বেপাৰীৰ

আবু তাহেৰৰ মনোনয়ন যাত্ৰা

ধুবুৰী, 3 এপ্ৰিলঃ নিজৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ লৈ ঘৰৰ পৰা মনোনয়ন দাখিলৰ দিশে ৰাওনা ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিলৰ দিশে যোৱাৰ সময়ত আবু তাহেৰৰ মন্তব্য বিজয়ৰ দিশত কোনো বাধাই ৰুধিব নোৱাৰে তাহেৰক ৷ বিজেপিৰ লগতে আজমলৰ গোড়ামীয়ে ধুবুৰীত তাহেৰক লাভান্বিত কৰিব ৷ তাৰোপৰি ধুবুৰীত অগপ কোনো ফেক্টৰ নহয় বুলি মন্তব্য তাহেৰৰ |উল্লেখ্য যে, আবু তাহেৰ বেপাৰীয়ে নিজৰ জয়লাভ নিশ্চিত বুলি দাবী কৰিলেও AIUDF দলৰ পৰা একেৰাহে দুবাৰকৈ সাংসদ হোৱা বদৰুদ্দিন আজমলৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ মাজটো তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাটো নিশ্চিত৷

Intro:নিজৰ পূৰ্বপুৰুষৰ আশিৰ্বাদ লৈ ঘৰৰ পৰা মনোনয়ন দাখিল কৰিৱলৈ ৰাওনা ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী ৷

Body:জিলা উপাযৃুক্তুৰ কাৰ্য্যালয়ত মনোনয়ন দাখিল কৰাৰ পূৰ্বে এনেদৰে পিতৃ মাতৃৰ কৱৰ স্হানত মুৰ দোৱাই নিজ ৰ বংশধৰ ঘৰৰ সমাজৰ সৈতে আশিৰ্বাদ লৈ ৰাওনা তাহেৰ বেপাৰীৰ৷ আশিৰ্বাদ বিচাৰিলে জেষ্ঠ্য জনৰ পৰা ৷ কলে তেওৰ সাংসদ এইবেলী কোনো বাধাই ৰুধিৱ নোৱাৰে ৷ আজান ফকিৰৰ দেশত ধুবুৰীৰ কংগ্ৰেছ ভোটৰৰ একমাত্ৰ ভৰসা ৷ আজমলৰ মিতিৰালী আৰু বিজেপিৰ গোৰামীয়ে ধুবুৰীত তাহেৰক লাভান্নিত কৰিৱ ৷ অগপ কোনো ফেক্টৰ নহয় ধুবুৰীত |
Bite - Abu Taher Bepari Cong, candidate Conclusion:আবু তাহেৰ বেপাৰী নিজৰ জয়লাভ নিশ্চিত বুলি দাবী কৰিলেও AIUDF দলৰ পৰা একেৰাহে দুবাৰকৈ সাংসদ হোৱা বদৰুদ্দিন আজমলক হৰুৱাটো কিন্তু কষ্টকৰ হব | আনহাতে মিত্ৰযোটৰ প্ৰাৰ্থী জাবেদ ইছলামকো সহজভাৱে লৱ নোৱাৰি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.