ETV Bharat / business

মোডীৰ দ্বিতীয় কাৰ্যকাল: ষ্ট'ক বজাৰত উত্থান

author img

By

Published : May 24, 2019, 8:22 PM IST

কেন্দ্ৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি সুদৃঢ় চৰকাৰ গঠন হ'বলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক কাণ্ডাৰী আৰু ষ্ট'ক বজাৰত পৰিলক্ষিত হৈছে যোগাত্মক প্ৰভাৱ৷

মোডীৰ দ্বিতীয় কাৰ্যকাল: ষ্ট'ক বজাৰত উত্থান

নিউজ ডেস্ক, 24 মে': বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতেই শুকুৰবাৰে পুৱা ভাৰতীয় ষ্ট'ক বজাৰৰ সূচকাংক অভিলেখ সংখ্যক উৰ্দ্ধগামী হৈ 623 পইণ্ট স্পৰ্শ কৰে৷ ষ্ট'ক বজাৰৰ সূচকাংক এনেদৰে বৃদ্ধি হৈ সৰ্বাধিক 39,434.72 পইণ্টত স্থিৰ হয়৷ ইপিনে, ৰাষ্ট্ৰীয় ষ্টক বজাৰত নিফটিৰ সূচকাংক 187 পইণ্টৰ অগ্ৰগতিৰে 11,844.10 পইণ্টত স্থিৰ হয়৷ বজাৰ বিশ্লেষকসকলে অভিমত প্ৰকাশ কৰা অনুসৰি, মোডী নেতৃত্ত্বাধীন NDA চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক সংস্কাৰে, দ্বিতীয়টো কাৰ্যকালতো অধিক সুদৃঢ়ভাৱে দেশৰ অৰ্থনীতিক আগবঢ়াই নিব বুলি নিশ্চিত পৰিবেশ গঢ়ি উঠিছে৷

উল্লেখ্য যে, বহুকেইটা নিউজ এজেঞ্চিৰ এক্সিত প'লত দেখুওৱা নিৰ্বাচনী ফলাফলৰ স্থিতিয়ে ভাৰতীয় ষ্ট'ক বজাৰত এক যোগাত্মক প্ৰভাৱ পেলাইছিল৷ এই সময়ছোৱাত বজাৰ নিয়ন্ত্ৰক 'ছেবী'য়ে বজাৰৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছিল৷ ইপিনে, শুকুৰবাৰে এছিয়া মহাদেশৰ ষ্ট'ক বজাৰত মিশ্ৰিত প্ৰভাৱ দেখা যায়৷ চীন আৰু আমেৰিকাৰ মাজত চলি থকা বাণিজ্যিক সংঘাতৰ ফলতেই এছিয়াৰ ষ্ট'ক বজাৰত মিশ্ৰিত প্ৰভাৱ পৰা বুলি বজাৰ বিশ্লেষকসকলে উল্লেখ কৰে৷

Sensex jumps 623 poins on euphoria over PM Modi's election Victory

Sensex, Nifty, Modi euphoria, Equity benchmark Sensex,  Narendra Modi, Lok Sabha poll results, NDA, Asian stock,  ষ্ট'ক বজাৰ, লোকসভা নিৰ্বাচনৰ ফলাফল, ষ্ট'ক বজাৰৰ সূচকাংক, নিফটি, নৰেন্দ্ৰ মোডী,  এক্সিত প'ল, এছিয়াৰ ষ্ট'ক বজাৰ,  বাণিজ্যিক সংঘাত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.