ETV Bharat / business

ৰঙৰ উৎসৱত বন্ধ থাকিল শ্বেয়াৰ বজাৰ - Bombay Stock Exchange

হোলী উপলক্ষে বৃহস্পতিবাৰে বন্ধ থাকিল ব'ম্বে ষ্টক এক্সেঞ্জ, নেচনেল ষ্টক এক্সেঞ্জকে ধৰি সকলোবোৰ ষ্টক এক্সেঞ্জ ৷ বিদেশী বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে উত্থান ঘটিছে শ্বেয়াৰ বজাৰত ৷ সোমবাৰৰ দিনা চেনচেক্স বিগত ছমাহৰ ভিতৰত সৰ্বাধিক 38,095 পইন্টত উপনীত হয় ৷

author img

By

Published : Mar 21, 2019, 5:19 PM IST

নিউজ ডেস্ক, 21 মাৰ্চঃ হোলী উপলক্ষে বৃহস্পতিবাৰে বন্ধ থাকিল ব'ম্বে ষ্টক এক্সেঞ্জ, নেচনেল ষ্টক এক্সেঞ্জকে ধৰি সকলোবোৰ ষ্টক এক্সেঞ্জ ৷ ৰঙৰ উৎসৱৰ দিনটোত কমডিটি মাৰ্কেটকে ধৰি ফৰেক্স ফিউচাৰো বন্ধ ৰখা হ'ল ৷

চলিত সপ্তাহৰ শেহতীয়া তিনিটা ছেচনত ব'ম্বে শ্বেয়াৰ বজাৰৰ সূচাংকত362 অংকউত্থান ঘটিছে৷ আনহাতে নিফ্টিৰ উত্থান ঘটিছে 94 পইন্ট ৷ বিদেশী বিনিয়োগৰ পৰিমানৰ বৃদ্ধি পোৱাৰ বাবেই শ্বেয়াৰ বজাৰত এই উত্থান দেখিবলৈ পোৱা গৈছে ৷ সোমবাৰৰ দিনা চেনচেক্স বিগত ছমাহৰ ভিতৰত সৰ্বাধিক 38,095 পইন্টত উপনীত হয় ৷

বুধবাৰৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভ বেংকৰ সুদৰ হাৰ অপৰিবৰ্তিত হৈ থাকিল ৷ অৰ্থনৈতিক বিশ্লেষকসকলৰ মতে, ইয়াৰ বাবেই ভাৰতীয় শ্বেয়াৰ বজাৰত উত্থান দেখিবলৈ পোৱা গৈছে ৷

বৃহস্পতিবাৰে বন্ধ থকা শ্বেয়াৰ বজাৰৰ কাম-কাজ পুনৰ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব৷ আনহাতে 17 এপ্ৰিলত মহাবীৰ জয়ন্তীৰ দিনা শ্বেয়াৰ বজাৰৰ বানিজ্যিক লেনদেন বন্ধ থাকিব৷ উল্লেখ্য যে, প্ৰতি সপ্তাহৰে শনিবাৰ আৰু ৰবিবাৰে বন্ধ থাকে থাকে শ্বেয়াৰ বজাৰৰ কাম কাজ ৷

Markets to remain closed today for Holi

ৰঙৰ উৎসৱত বন্ধ থাকিল শ্বেয়াৰ বজাৰ

নিউজ ডেস্ক, 21 মাৰ্চঃ হোলী উপলক্ষে বৃহস্প্ৰতিবাৰে বন্ধ থাকিল ব'ম্বে ষ্টক এক্সেঞ্জ, নেচনেল ষ্টক এক্সেঞ্জকে ধৰি সকলোবোৰ ষ্টক এক্সেঞ্জ৷ ৰঙৰ উৎসৰ দিনটোত কমডিটি মাৰ্কেটকে ধৰি ফৰেক্স ফিউচাৰো বন্ধ ৰখা হ'ল৷

চলিত সপ্তাহৰ শেহতীয়া তিনিটা ছেচনত ব'ম্বে শ্বেয়াৰ বজাৰৰ সূচাংকই 362 অংক  উত্থান লাভ কৰিছে৷ আনহাতে নিফ্টিৰ উত্থান ঘটিছে 94 পইন্ট৷ বিদেশী বিনিয়োগৰ পৰিমানৰ বৃদ্ধি পোৱাৰ বাবেই শ্বেয়াৰ বজাৰত এই উত্থান দেখিবলৈ পোৱা গৈছে৷ সোমবাৰৰ দিনা চেনচেক্স বিগত ছমাহৰ ভিতৰত সৰ্বাধিক  38,095 পইন্টত উপনীত হয়৷

বুধবাৰৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভ বেংকৰ সুদৰ হাৰ অপৰিবৰ্তিত হৈ থাকিল৷ অৰ্থনৈতিক বিশ্লেষকসকলৰ মতে,  ইয়াৰ বাবেই ভাৰতীয় শ্বেয়াৰ বজাৰত উত্থান দেখিবলৈ পোৱা গৈছে৷
বৃহস্পতিবাৰে বন্ধ থকা শ্বেয়াৰ বজাৰৰ কাম-কাজ পুনৰ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব৷ আনহাতে 17 এপ্ৰিলত মহাবীৰ জয়ন্তীৰ দিনা শ্বেয়াৰ বজাৰৰ বানিজ্যিক লেনদেন বন্ধ থাকিব৷ উল্লেখ্য যে, প্ৰতি সপ্তাহৰে শনিবাৰ আৰু ৰবিবাৰে বন্ধ থাকে থাকে শ্বেয়াৰ বজাৰৰ কাম কাজ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.