ETV Bharat / business

এপ'ল আৰ্কেডে অতিক্ৰম কৰিলে শতাধিক গেম সেৱা

author img

By

Published : Nov 9, 2019, 10:51 AM IST

iPhoneত শতাধিক গেম সেৱাৰ লগতে সংযোজন 6 টাকৈ নতুন গেম ৷ এককালীন চাবস্ক্ৰীপচনেৰেই গেম খেলিব পাৰিব পৰিয়ালৰ 6 গৰাকী সদস্যই ৷

শতাধিক গেম সেৱা উপলব্ধ iPhoneত

নিউজ ডেস্ক, 9 নৱেম্বৰ: এপ'ল আৰ্কেড গেম চাবস্ক্ৰীপচন সেৱাই 100 তকৈয়ো অধিক গেমৰ সুবিধা উপলব্ধ কৰাৰ লগতে সংযোজন কৰে 6 টাকৈ নতুন গেম ৷

ইয়াৰোপৰি এপ'ল আৰ্কেডে 19 চেপ্তম্বৰত iPhone 11 মুকলি কৰে ৷ গেমৰ ক্ষেত্ৰত নাই কোনো বিজ্ঞাপন অথবা অতিৰিক্ত ক্ৰয় লগতে এককালীন চাবস্ক্ৰীপচনেৰেই গেম খেলিব পাৰিব পৰিয়ালৰ 6 গৰাকী সদস্যই ৷

New Delhi, Nov 09 (ANI): Apple Arcade, the iPhone maker's game subscription service has reached a milestone of 100 games available to play. As Engadget notes, the latest addition to the offering is six games including Sociable Soccer, UFO on Tape: First Contact, Takeshi and Hiroshi, Guildlings, Discolored, and Marble It Up: Mayhem. Apple Arcade launched alongside the iPhone 11 on September 19. The all-in-one subscription provides access to games with no ads or additional purchases. Up to six family members can play from a single subscription.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.