ETV Bharat / business

নাথুলা পথেদি পুনৰ ভাৰত-চীনৰ ব্যৱসায় আৰম্ভ - begin

চিকিমৰ নাথুলা পথে দি ভাৰত আৰু চীনৰ মাজত পুনৰ ব্যৱসায় আৰম্ভ হৈছে৷ দুয়োখন দেশৰ মাজত যোৱা 14 বছৰৰ পৰা এই পথেদি ব্যৱসায় আদান প্ৰদান চলি আছে ৷

নাথুলা পথেদি পুনৰ ভাৰত-চীনৰ ব্যৱসায় আৰম্ভ
author img

By

Published : May 2, 2019, 8:23 PM IST

নিউজ ডেস্ক 2 মেঃ চিকিমৰ নাথুলা পথে দি ভাৰত আৰু চীনৰ মাজত পুনৰ ব্যৱসায় আৰম্ভ হৈছে ৷ দুয়োখন দেশৰ মাজত যোৱা 14 বছৰৰ পৰা এই পথেদি ব্যৱসায় আদান প্ৰদান চলি আছে ৷ যাৰবাবে নাথুলাত এক কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ চিকিমৰ জনসংযোগ বিভাগৰ এক বিবৃত্তি মতে বাণিজ্য আৰু উদ্যোগৰ প্ৰধান সচিব ডঃ থমাচ চাণ্ডীৰ লগতে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ অধিকাৰীসকল উক্ত কাৰ্যসূচীত উপস্থিত আছিল ৷

উল্লেখ্য যে দুয়োখন দেশৰ মাজত সীমা ব্যৱসায় প্ৰতি বৰ্ষৰ 1 মে তাৰিখৰ পৰা 30 নৱেন্বৰৰ মাজত সপ্তাহত চাৰি দিনত হয় ৷

etv bharat
নাথুলা পথেদি পুনৰ ভাৰত-চীনৰ ব্যৱসায় আৰম্ভ

মনকৰিবলগীয়া যে এই ব্যৱসায় 44 বছৰৰ পিচত 2006 পুনৰ আৰম্ভ হয় ৷ এক বিজ্ঞপ্তি অনুসৰি ভাৰতে দুগ্ধজাত সামগ্ৰীৰ লগতে বাচন-বৰ্তনৰ সৈতে 36 বিধ বিভিন্ন সামগ্ৰী ৰপ্তানি কৰাৰ লগতে তিব্বতৰ স্বায়ত্ব ক্ষেত্ৰৰ পৰা চামৰাৰ সামগ্ৰীৰ লগতে 20 প্ৰকাৰৰ বিভিন্ন দ্ৰব্য ভাৰতে আমদানি কৰে ৷ যোৱা বৰ্ষত ভাৰতে 45.03 কোটি টকাৰ সীমা ব্যৱসায় কৰিছিল ৷

India china border trade begins through nathula pass

নাথুলা পথেদি পুনৰ ভাৰত-চীনৰ ব্যৱসায় আৰম্ভ

নিউজ ডেস্ক 2 মেঃ- চিকিমৰ নাথুলা পথে দি ভাৰত আৰু চীনৰ মাজত পুনৰ ব্যৱসায় আৰম্ভ হৈছে৷ দুয়োখন দেশৰ মাজত যোৱা 14 বছৰৰ পৰা এই পথেদি ব্যৱসায় আদান প্ৰদান চলি আছে৷ 

যাৰ উপলক্ষে নাথুলাত এক কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ চিকিমৰ জনসংযোগ বিভাগৰ এক বিবৃত্তি মতে বাণিজ্য আৰু উদ্যোগৰ প্ৰধান সচিব ড0 থমাচ চাণ্ডীৰ লগতে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ অধিকাৰীসকল উক্ত কাৰ্যসূচীত উপস্থিত আছিল৷ 
উল্লেখ্য যে দুয়োখন দেশৰ মাজত সীমা ব্যৱসায় প্ৰতি বৰ্ষৰ 1 মে তাৰিখৰ পৰা 30 নৱেন্বৰৰ মাজত সপ্তাহত চাৰি দিনত হয়৷ 
মনকৰিবলগীয়া য়ে এই ব্যৱসায় 44 বছৰৰ অন্তৰালৰ পিচত 2006 পুনৰ আৰম্ভ হয়৷ এক বিজ্ঞপ্তি অনুসৰি ভাৰতে দুগ্ধজাত সামগ্ৰীৰ লগতে বাচন-বৰ্তনৰ সৈতে 36 বিধ বিভিন্ন সামগ্ৰী ৰপ্তানি কৰাৰ লগতে তিব্বতৰ স্বায়ত্ব ক্ষেত্ৰৰ পৰা চামৰাৰ সামগ্ৰীৰ লগতে 20 প্ৰকাৰৰ বিভিন্ন দ্ৰব্য ভাৰতে আমদানি কৰে৷ যোৱা বৰ্ষত ভাৰতে 45.03 কোটি টকাৰ সীমা ব্যৱসায় কৰিছিল৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.