ETV Bharat / business

জিডিপিৰ হাৰ 6ৰ পৰা 6.5 শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনাঃ অৰ্থনৈতিক সমীক্ষা 2019-20

author img

By

Published : Feb 1, 2020, 12:00 AM IST

দেশৰ 2019-20 বৰ্ষৰ অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন দাখিল কৰি 2020-21 বৰ্ষৰ ভিতৰত দেশৰ জনমুৰি আয়ৰ হাৰ 6ৰ পৰা 6.5 শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্তি কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

অৰ্থনৈতিক সমীক্ষা 2019-20
অৰ্থনৈতিক সমীক্ষা 2019-20

নিউজ ডেস্ক, 31 জানুৱাৰীঃ দেশৰ অৰ্থনৈতিক বিকাশ চলিত বিত্তীয় বৰ্ষৰ 5 শতাংশৰ তুলনাত আগন্তুক 2020-21 বিত্তীয় বৰ্ষত 6ৰ পৰা 6.5 শতাংশলৈ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সদনত উত্থাপন কৰা অৰ্থনৈতিক জৰীপত কোৱা হৈছে এই কথা ৷

সদনত উত্থাপন কৰা অৰ্থনৈতিক জৰীপ 2019-20ত কোৱা হৈছে যে, নিৰ্মাণৰ গতিবিধি আৰু বিশ্বযুৰি ব্যৱসায়ত চলি থকা মন্দাৱস্থা অন্ত পৰাৰ সংকেটৰ বাবে আগন্তুক বিত্তীয় বৰ্ষত বিকাশৰ ধাৰাত সকাৰাত্মক প্ৰভাৱ পৰিব ৷ গৃহ-ক্ৰয়ত চৰকাৰে প্ৰদান কৰা গুৰুত্ব, মেক ইন ইণ্ডিয়া, কৰ্পৰেট কৰৰ হাৰ হ্ৰাস, ব্যৱসায়ত শুধৰনিয়ে অন্যান্য কাৰকসমূহৰ লগতে আৰ্থিক বিকাশত সহায় কৰিব ৷ অৱশ্যে ব্যৱসায়ৰ ক্ষেত্ৰত বিশ্বব্যাপী সমস্যাৰ অন্ত পৰা নাই, আমেৰিকা-ইৰানৰ মাজৰ অৱস্থা আৰু উন্নত অৰ্থনীতিৰ কম পৰিমানৰ আৰ্থিক বিকাশকে ধৰি অন্যান্য দিশসমূহে নকাৰাত্মক প্ৰভাৱ পেলাব পাৰে ৷ শুদ্ধ মূল্যাংকনত এইটো দেখা যায় যে, চৰকাৰে এক মজবুত জনাদেশৰ সৈতে বিকাশৰ হাৰত উন্নতি কৰাৰ ক্ষমতা ৰাখিছে ৷ দেশৰ অৰ্থব্যৱস্থাত জিডিপিৰ বিকাশৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ তুলনাত 2020-21 বিত্তীয় বৰ্ষত অধিক হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷ শুদ্ধ মূল্যাংকনত দেশৰ জিডিপি 2020-21 বিত্তীয় বৰ্ষত 6ৰ পৰা 6.5 শতাংশলৈ বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে ৷ 2019-20ৰ 5 শতাংশ জিডিপিয়ে দেশৰ জিডিপি বৃদ্ধিকে প্ৰতিফলিত কৰিছে ৷ জৰীপত জিডিপিৰ বৃদ্ধিলৈ লক্ষ্য কৰি দেশৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব পাৰি ৷ বিত্তীয় খণ্ডই দেশৰ ৰিয়েল খণ্ডসমূহৰ ওপৰত ঔষধৰ দৰে কাম কৰিব ৷

জৰীপত কোৱা হৈছে যে, 2019-20 বিত্তীয় বৰ্ষৰ দ্বিতীয়াৰ্ধত হোৱা বৃদ্ধি 10টাকৈ দিশ, নিফটী ইণ্ডিয়া সেৱন সূচকাংক বৃদ্ধি, এক উৎসাহিত দ্বিতীয়ক বজাৰ, বৈদেশিক বিনিয়োগ বৃদ্ধি, চাহিদা হেঁচা নিয়ন্ত্ৰণ, গ্ৰামাঞ্চল সেৱাৰ সাকাৰাত্মক বৃদ্ধি, উদ্যোগিক গতিবিধিৰ বৃদ্ধি, নিৰ্মাণখণ্ডত তীব্ৰ বিকাশ, সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি, বৈদেশিক মূল্যৰ বিনিয়োগত বৃদ্ধি আৰু জিএছটি ৰাজহ বৃদ্ধিৰ হাৰ অন্যতম ৷

জৰীপত, ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ একত্ৰীকৰণে বিত্তীয় শক্তি বৃদ্ধিৰ লগতে ৰিস্কৰ হ্ৰাস আৰু ঋণৰ হাৰ হ্ৰাস হোৱাত সহায়ক হ'ব বুলি কোৱা হৈছে ৷ লগতে, জিএছটি কাৰ্যকৰী কৰাৰ পিচৰে পৰাই ঘৰুৱা বজাৰসমূহৰ একত্ৰীকৰণত সহায়ক হৈছে আৰু ব্যৱসায়িক খৰচ কম হোৱাৰ লগতে বিশুদ্ধ বিনিয়োগ বৃদ্ধি হোৱা বুলিও কোৱা হৈছে ৷ মাটি আৰু শ্ৰমৰ বজাৰত হোৱা সংশোধনেও ব্যৱসায়িক খৰচ কমaৱাত অধিক সহায় কৰিছে বুলি শুকুৰবাৰে সদনত উত্থাপন কৰা অৰ্থনৈতিক জৰীপত কোৱা হৈছে ৷

ZCZC
PRI COM ECO GEN NAT
.NEWDELHI DEL73
BIZ-SURVEY-GROWTH
GDP growth expected to strongly rebound to 6-6.5 pc in FY'21: Eco Survey
          New Delhi, Jan 31 (PTI) India's economic growth is expected to "strongly rebound" to 6-6.5 per cent in 2020-21 from 5 per cent estimated in the current fiscal, the Economic Survey said on Friday, adding that the government with a strong mandate has the capacity to expedite reforms.
          The Economic Survey 2019-20 tabled in Parliament said there are tentative signs of bottoming out of slowdown in manufacturing activity and global trade, which will have a positive impact on growth in the next fiscal.
          The government's thrust on affordable housing, Make in India, reduction in corporate tax rate, and improvement in ease of doing business, besides others factors, will help in boosting economic growth, it said.
          However, it has also cautioned that continued global trade problems, escalation in US-Iran geopolitical tensions, and weak economic recovery in advanced economies are the downside risk which have the potential to drag down the growth.
          "On a net assessment, it appears that the upside risks should prevail, particularly when the government, with a strong mandate, has the capacity to deliver expeditiously on reforms.
          "GDP growth of India should strongly rebound in 2020-21 and more so on a low statistical base of 5 per cent growth in 2019-20," said the survey tabled by Finance Minister Nirmala Sitharaman.
          On a net assessment of both the downside/upside risks, it said "India's GDP growth is expected to grow in the range of 6 to 6.5 per cent in 2020-21."
          On 2019-20 GDP, it said the estimate of 5 per cent growth suggests an uptick in expansion in the second half of 2019-20.
          The survey also stresses that deceleration in GDP growth can be understood within the framework of a slowing cycle of growth. The financial sector has acted as a drag on the real sector.
          The survey said that the uptick in second half of 2019-20 would be mainly due to 10 positive factors like picking up of Nifty India Consumption Index for the first time this year, an upbeat secondary market, higher FDI flows, build-up of demand pressure, positive outlook for rural consumption, rebound of industrial activity, steady improvement in manufacturing, growth in merchandise exports, higher build-up of foreign exchange reserves and positive growth rate of GST revenue collection.
          The document also emphasised that merger of public sector banks may increase the financial strength of the merged entities, lower the risk aversion and result in lowering of lending rates.
          Further, as the implementation of GST further settles down, the increased unification of the domestic market may reduce business costs and facilitate fresh investment.
          Reforms in land and labour market may further reduce business costs, said the survey, presented a day before Sitharaman's Union Budget 2020-21. PTI NKD CS
ABM
01311411
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.