ETV Bharat / business

মুদ্ৰাস্ফীতিৰ পাচত ভাৰতত বৃদ্ধি হৈছে ই-ধনৰ ব্যৱহাৰ

author img

By

Published : Jun 7, 2019, 10:38 PM IST

Updated : Jun 8, 2019, 11:56 AM IST

2016 ৰ মুদ্ৰাস্ফীতিৰ পাচত 2017 চনত 21.5 শতাংশলৈ বৃদ্ধি ই ধনৰ ব্যৱহাৰ ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিলে এই তথ্য ৷ তথ্য অনুসৰি 2012 চনত 0.8 শতাংশৰ বিপৰীতে 2017 চনত এই হাৰ বৃদ্ধি পাই 21.5 শতাংশলৈ ৷

ETV BHARAT

নতুন দিল্লী,7 জুন: ভাৰতত বৃদ্ধি হৈছে ই- ধনৰ ব্যৱহাৰ ৷ 2016 ৰ মুদ্ৰাস্ফীতিৰ পাচত 2017 চনত 21.5 শতাংশলৈ বৃদ্ধি ই ধনৰ ব্যৱহাৰ ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিলে এই তথ্য ৷ তথ্য অনুসৰি 2012 চনত 0.8 শতাংশৰ বিপৰীতে 2017 চনত এই হাৰ বৃদ্ধি পাই 21.5 শতাংশলৈ ৷

3,459 মিলিয়ন টকাৰ ব্যৱহাৰেৰে বৰ্তমান জাপান আৰু আমেৰিকাৰ পাচতে স্থান লাভ কৰিছে ভাৰতে ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰকাশ পাইছে যে ,সীমিত ধনৰ লেনে দেন সমূহ ই ধনৰ জৰিয়তে বৃদ্ধি হ'লেও বৃহৎ লেনে দেন সমূহ অৱশ্যে ডিজিটেল বেংকিং আৰু চেকৰ জৰিয়তে হৈ আছে ৷ আনহাতে ই ধনৰ ব্যৱহাৰে এটিমৰ সংখ্যা দেশত 2017 চনত 2,22,300 ৰ পৰা 2019 চনৰ মাৰ্চ পৰ্যন্ত 2,21,703 টা হ্ৰাস কৰিছে ৷ ই-ধনৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ বাবে নগদ ধনৰ ব্যৱহাৰ হ্ৰাস পাইছে বুলি প্ৰকাশ পাইছে তথ্যত ৷ এয়া গ্ৰাহক সেৱাৰ দিশৰ পৰা ভাল লক্ষণ বুলিও প্ৰকাশ কৰা হয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যত ৷

তথ্যত প্ৰকাশ পোৱা অনুসৰি অনলাইন লেন দেনৰ ক্ষেত্ৰত ভাৰত কেইবাখনো উন্নত দেশতকৈ আগত স্থান লাভ কৰিছে ৷ এটিমৰ ব্যৱহাৰ হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে ক্ৰেডিত আৰু ডেবিট কাৰ্ডৰ ব্যৱহাৰ ৷

Intro:Body:

The report, which termed demonetisation "a game-changer for e-Money", provides a comparative position of the payment system ecosystem in India relative to comparable payment systems and usage trends in other major countries.

New Delhi: Getting a leg-up from the demonetisation of Rs 500 and Rs 1,000 currency notes in November 2016, the share of e-Money in India's payment systems grew to 21.5 per cent in 2017 from 0.8 per cent in 2012, according to a new report prepared by the Reserve Bank of India (RBI).

Conclusion:
Last Updated : Jun 8, 2019, 11:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.