ETV Bharat / business

পেটিএম পেমেণ্ট বেংকৰ 2018-19 বৰ্ষত 19 কোটি টকাৰ ব্যৱসায়

author img

By

Published : May 24, 2019, 8:50 PM IST

পেটিএমে দাবী কৰা অনুসৰি 2019ৰ মাৰ্চ মাহ পৰ্যন্ত মবাইল বেংকিং ব্যৱসায়ত 19 শতাংশৰে বজাৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে কোম্পানীটোৱে ৷ এক বিবৃত্তিত কোম্পানীটোৱে উল্লেখ কৰে যে ভাৰতত চলি থকা মবাইল বেংকিং ব্যৱসায়ৰ উত্থানত এক তৃতীয়াংশ পেটিএমৰ অৱদান আছে ৷

পেটিএম পেমেণ্ট বেংকৰ 2018-19 বৰ্ষত 19 কোটি টকাৰ ব্যৱসায়

নিউজ ডেস্ক 24 মেঃ পেটিএম পেমেণ্টচ বেংক লিমিটেডে 2018-19 বৰ্ষত 19 কোটি টকা লাভ অৰ্জন কৰিছে৷ বৃহস্পতিবাৰে কোম্পানীটোৱে এই তথ্য প্ৰকাশ কৰে৷ পেটিএমে দাবী কৰা মতে মাৰ্চ 2019 সমাপ্ত হোৱাৰ লৈকে মবাইল বেংকিং ব্যৱসায়ত 19 শতাংশৰে বজাৰত শীৰ্ষত উপনীত হয়৷ কোম্পানীটোৱে এক বিবৃত্তিত কোৱা হয় যে ভাৰতত ব্যৱসায় চলাই থকা মবাইল বেংকিংৰ ব্যৱসায়ত এক তৃতীয়াংশ মবাইল বেংকিং ৰ উত্থানত পেটিএমৰ সহায়ত হৈছে ৷ পেটিএমৰ যোগেদি তিনি লাখ কোটিতকৈ অধিক টকাৰ লেনদেন কৰা হৈছে ৷ উল্লেখ্য যে ইয়াৰ আগতে পেটিএম বেংকে 2017-18 বিত্তীয় বৰ্ষত 20.7 কোটি টকা ঘাটি হৈছিল৷ পেটিএম পেমেণ্ট বেংকৰ গঠন আগষ্ট 2016 হৈছিল আৰু আনুষ্ঠানিক ভাৱে 2017 চনত ব্যৱসায় আৰম্ভ হৈছিল৷ পেটিএম বেংকৰ প্ৰৱন্ধক সতীশ কুমাৰ গুপ্তাই মন্তব্য কৰে যে পেটিএম বেংকে যোৱাটো বিত্তীয় বৰ্ষতকৈ উন্নত ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷

etv bharat assam

নিউজ ডেস্ক 24 মেঃ পেটিএম পেমেণ্টচ বেংক লিমিটেডে 2018-19 বৰ্ষত 19 কোটি টকা লাভ অৰ্জন কৰিছে৷ বৃহস্পতিবাৰে কোম্পানীটোৱে এই কথা প্ৰকাশ কৰে৷ পেটিএমে দাবী কৰা মতে মাৰ্চ 2019 সমাপ্ত হোৱাৰ লৈকে মবাইল বেংকিং ব্যৱসায়ত 19 শতাংশৰে বজাৰত শীৰ্ষত উপনীত হয়৷ কোম্পানীটোৱে এক বিবৃত্তিত কোৱা হয় যে ভাৰতত ব্যৱসায় চলাই থকা মবাইল বেংকিংৰ ব্যৱসায়ত এক তৃতীয়াংশ মবাইল বেংকিং ৰ উত্থানত পেটিএমৰ হাত আছে৷ পেটিএমৰ যোগেদি তিনি লাখ কোটিতকৈ অধিক টকাৰ লেনদেন কৰা হৈছে৷ উল্লেখ্য যে ইয়াৰ আগতে পেটিএম বেংকে 2017-18 বিত্তীয় বৰ্ষত 20.7 কোটি টকা ঘাটি হৈছিল৷ পেটিএম পেমেণ্ট বেংকৰ গঠন আগষ্ট 2016 হৈছিল আৰু আনুষ্ঠানিক ভাৱে 2017 চনত ব্যৱসায় আৰম্ভ হৈছিল৷ পেটিএম বেংকৰ প্ৰৱন্ধক সতীশ কুমাৰ গুপ্তাই মন্তব্য কৰে যে পেটিএম বেংকে যোৱাটো বিত্তীয় বৰ্ষতকৈ উন্নত  ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.