ETV Bharat / business

MSMEs ৰ সুবিধাৰ্থে জৰুৰীকালীন ক্ৰেডিড লাইনৰ মুকলিঃ পাঞ্জাৱ নেশ্য়নেল বেংকৰ - লক্ ডাউন

লক্ ডাউনৰ সময়ত MSMEs চেক্টৰত সহায়ক হোৱাকৈ জৰুৰীকালীন ক্ৰেডিড লাইনৰ মুকলি পাঞ্জাৱ নেশ্যনেল বেংকৰ ।

Have opened emergency credit line for MSMEs, eased working capital norms: PNB

author img

By

Published : May 7, 2020, 6:55 PM IST

নতুন দিল্লী, ৭ মে': বুধবাৰে পাঞ্জাৱ নেশ্য়নেল বেংকৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । কৰ'ণা ভাইৰাছৰ সংকটৰ সময়ত সৰু আৰু মধ্যমীয়া উদ্যোগ চমুকৈ MSMEs ৰ তৰলিকৃত সমস্যা (liquidity issues) সমূহ আঁতৰ কৰাৰ বাবেই জৰুৰীকালীন ক্ৰেডিড লাইনৰ মুকলি কৰে পাঞ্জাৱ নেশ্যনেল বেংকে । help

এইটোৱে MSMEৰ ঋনগ্ৰহণকাৰীৰ বাবে কাৰ্যনিৰ্বাহী মূলধন মূল্যায়ন মেডেলক (working capital assessment (LWCA) model) পাঁচ কোটি বা তাতকৈ অধিক সীমাবদ্ধত উদাৰতা (liberalised) প্ৰদান কৰিছে বুলি কোৱা হৈছে । ৰাজ্যিক মালিকাধীন লেণ্ডাৰে মাইক্ৰ', ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগৰ সমস্যা সমূহ সমাধানৰ বাবে উদ্যোগ সংস্থা পিএইজডি চেম্বাৰৰ সৈতে আয়োজিত এখন ৱেবিনাৰত এই কথা উল্লেখ কৰে । (state-owned lender said at a webinar hosted with industry body PHD Chamber to address the issues of micro, small and medium enterprises)

বেংকে লগতে উল্লেখ কৰিছে যে, MSME ৰ সৈতে PNB COVID-১৯ জৰুৰীকালিন ক্ৰেডিডৰ সুবিধাৰ বাবেও অতিৰিক্ত লাইন অফ ক্ৰেডিডৰ সুবিধা প্ৰদানৰ কথা ।

ইয়াতে ইতিমধ্যে অন্য়ান্য সেৱা অন্তৰ্ভুক্ত হৈ আছে । যেনে MSME এডভান্সৰ পুনঃগঠন, ইন্টাৰেষ্ট চাভভেন্সন আঁচনি, TReDS, মুদ্ৰা লোন সামগ্ৰী, MSMEৰ ক্ৰেডিড গাৰাণ্টি ট্ৰাষ্ট আৰু ৫৯ মিনিটত PSB লোন ইত্যাদি ।

বেংকৰ পৰিচালক নিৰ্দেশক আৰু CEO মাল্লিকাৰ্জুন ৰাৱে কয়, দেশজুৰি চলি থকা লক্ ডাউনৰ পৃষ্ঠভূমিতে বেংকে অনলাইন যোগে নিজৰ গ্ৰাহকক তৰলতাৰ আৱশ্যকতা বিষয়ে সম্বোধিত কৰিবলৈয়ে এই ৱেবিনাৰৰ আয়োজন কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.