ETV Bharat / business

হোণ্ডাইয়ে 10 হাজাৰ কৰ্মচাৰীক দিছে বিশেষ প্ৰশিক্ষণ

author img

By

Published : Apr 10, 2019, 11:54 PM IST

হোণ্ডাই মটৰ ইণ্ডিয়াই 10,000 জন পেছাদাৰী লোকক বিশেষ প্ৰশিক্ষণ দি আছে৷ গোলকীয় সংযোগ প্ৰযুক্তিৰ বিষয়ত কৰ্মচাৰীসকলক এই প্ৰশিক্ষণ প্ৰদান কৰিছে ৷

হিউণ্ডাইয়ে 10 হাজাৰ কৰ্মচাৰীক দিছে বিশেষ প্ৰশিক্ষণ

নিউজ ডেস্ক, 10 এপ্ৰিলঃ হোণ্ডাই মটৰ ইণ্ডিয়াই মঙলবাৰে সদৰী কৰে যে, এই উদ্যোগে 10,000 জন পেছাদাৰী লোকক বিশেষ প্ৰশিক্ষণ দি আছে৷ গোলকীয় সংযোগ প্ৰযুক্তিৰ বিষয়ত কৰ্মচাৰীসকলক এই প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ কোম্পানীটোৰ নতুনকৈ আহিবলগীয়া এচ ইউ ভি 'ভেন্যু' ৰ বাবেই কৰ্মচাৰীসকলক এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷

etv bharat assam

এই বছৰৰ মে' মাহত বজাৰলৈ আহিবলগীয়া হোণ্ডাইৰ কম্পেক্ট এচ ইউ ভি খনত গোলকীয় প্ৰযুক্তি 'ব্লুলিংক' সংযোজিত কৰা হ'ব৷ সেয়ে ইতিমধ্যে কোম্পানীটোৱে 615 গৰাকী কৰ্মচাৰীক প্ৰশিক্ষণ দিছে৷ প্ৰশিক্ষণপ্ৰাত্ৰ 615 গৰাকীয়ে 10,000 গৰাকী কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰিব৷ প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰীসকল 'ভেন্যু' ক্ৰেতাসকলৰৰ ঘৰে ঘৰে যাব আৰু বাহন খনত থকা সুবিধা আৰু ফিচাৰ্চসমূহৰ ব্যৱহাৰ সম্পৰ্কে জ্ঞান দিব৷ 'ভেন্যু' বাহন খনত থাকিব 33 টা কৃত্ৰিম বুদ্ধিমত্তাৰ ফিচাৰ্চ, যাৰ ভিতৰত 10 টা ফিচাৰ্চ বিশেষভাবে ভাৰতীয় বজাৰৰ বাবে ডিজাইন কৰা হৈছে৷ ভোডাফ'ন-আইডিয়াৰ লগত চুক্তিবদ্ধ হৈ ই-চিমেৰ সংযোগ ব্যৱস্থা কৰাৰ লগতে মুখ্যত গ্ৰাহকৰ সুৰক্ষাত গুৰুত্ব দিয়া বুলি জানিব দিছে হিউণ্ডাইৰ মাৰ্কেটিং শাখাৰ জেষ্ঠ মুখ্য প্ৰবন্ধক পুনিত আনন্দে জানিবলৈ দিয়ে৷

নিউজ ডেস্ক, 10 এপ্ৰিলঃ হিউণ্ডাই মটৰ ইণ্ডিয়াই মঙলবাৰে সদৰী কৰে যে, এই উদ্যোগে 10,000 জন পেছাদাৰী লোকক বিশেষ প্ৰশিক্ষণ দি আছে৷ গোলকীয় সংযোগ প্ৰযুক্তিৰ বিষয়ত কৰ্মচাৰীসকলক এই প্ৰশিক্ষণ প্ৰদান কৰিছে৷  কোম্পানীটোৰ নতুনকৈ আহিবলগীয়া এচ ইউ ভি 'ভেন্যু' ৰ বাবেই কৰ্মচাৰীসকলক এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷

এই বছৰৰ মে' মাহত বজাৰলৈ আহিবলগীয়া হিউণ্ডাইৰ কম্পেক্ট এচ ইউ ভি খনত গোলকীয় প্ৰযুক্তি 'ব্লুলিংক' সংযোজিত কৰা হ'ব৷ সেয়ে ইতিমধ্যে কোম্পানীটোৱে 615 গৰাকী কৰ্মচাৰীক প্ৰশিক্ষণ দিছে৷ প্ৰশিক্ষণপ্ৰাত্ৰ 615 গৰাকীয়ে 10,000 গৰাকী কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰিব৷ প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰীসকল 'ভেন্যু' ক্ৰেতাসকলৰৰ ঘৰে ঘৰে যাব আৰু বাহন খনত থকা সুবিধা আৰু ফিচাৰ্চসমূহৰ ব্যৱহাৰ সম্পৰ্কে জ্ঞান দিব৷  'ভেন্যু' বাহন খনত থাকিব 33 টা কৃত্ৰিম বুদ্ধিমত্তাৰ ফিচাৰ্চ, যাৰ ভিতৰত 10 টা ফিচাৰ্চ বিশেষভাবে ভাৰতীয় বজাৰৰ বাবে ডিজাইন কৰা হৈছে৷ ভোডাফ'ন-আইডিয়াৰ লগত চুক্তিবদ্ধ হৈ ই-চিমেৰ সংযোগ ব্যৱস্থা কৰাৰ লগতে মুখ্যত গ্ৰাহকৰ সুৰক্ষাত গুৰুত্বদিয়া বুলি জানিব দিছে হিউণ্ডাইৰ মাৰ্কেটিং শাখাৰ জেষ্ঠ মুখ্য প্ৰবন্ধক পুনিত আনন্দে জানিবলৈ দিয়ে৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.