ETV Bharat / business

ন্যূনতম পেঞ্চনৰ পৰিমান বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ

ইপিএফ ৰ ন্যূনতম পেঞ্চনৰ পৰিমান 2000 টকালৈ বৃদ্ধি কৰাৰ আলোচনা চলি আছে বুলি জনাই শ্ৰমমন্ত্ৰী সন্তোষ কুমাৰ গংগোৱাৰে ৷ আনহাতে এই পৰিমান 3000 টকালৈ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ৷

author img

By

Published : Jun 25, 2019, 3:32 PM IST

ন্যূনতম পেঞ্চনৰ পৰিমান বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ

নিউজ ডেস্ক, 25 জুনঃ কৰ্মচাৰী ভৱিষ্য নিধি (এম্প্লয়ী প্ৰভিডেণ্ট ফান্দ, EPF)ৰ জৰিয়তে পেঞ্চন লাভ কৰা লোকসকলৰ বাবে সুখবৰ ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে চিন্তা চৰ্চা চলাই আছে ন্যূনতম পেঞ্চনৰ পৰিমান বৃদ্ধি কৰিবলৈ ৷ এই কথা লোকসভাত সদৰী কৰে শ্ৰম মন্ত্ৰী সন্তোষ কুমাৰ গংগোৱাৰে ৷

ইপিএফ ৰ ন্যূনতম পেঞ্চনৰ পৰিমান 2000 টকালৈ বৃদ্ধি কৰাৰ আলোচনা চলি আছে বুলি জনাই মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে এই পৰিমান 3000 টকালৈ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ৷ পেঞ্চনৰাশি 2000 টকালৈ বৃদ্ধি কৰাৰ বাবদ চৰকাৰৰ অতিৰিক্ত 4,671 কোটি টকা ব্যয় হ'ব আৰু যদিহে 3000 টকালৈ বৃদ্ধি কৰে তেন্তে চৰকাৰৰ 11,696 টকা ব্যয় হ'ব ৷

লগতে পঢ়কঃ শিৱসাগৰত তাঁতশালে দিছে জীৱিকাৰ সন্ধান

লোকসভাৰ সদনত শ্ৰম মন্ত্ৰী গংগোৱাৰে পেঞ্চন বৃদ্ধি সম্পৰ্কে এই তথ্য প্ৰদান কৰি কয় যে পূৰ্বৰ 1000 টকাৰ পৰা পেঞ্চনৰ পৰিমান বৃদ্ধিৰ বাবে কৰ্মচাৰী ভৱিষ্যত নিধি সন্থা আৰু কেন্দ্ৰীয় কোষাগাৰ বৰ্ডৰ সৈতে যি যাৱতীয় ব্যবস্থা আছে সেয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷ লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, মোডী চৰকাৰেই 2014 টচন সমিতিৰ পৰামৰ্শ অনুসৰী ই পি এফ সদস্যৰ পেঞ্চনৰ পৰিমান 1000 লৈ বৃদ্ধি কৰিছিল ৷

নিউজ ডেস্ক, 25 জুনঃ কৰ্মচাৰী ভৱিষ্য নীধি (এম্প্লয়ী প্ৰভিডেণ্ট ফান্দ, EPF)ৰ জৰিয়তে পেঞ্চন লাভ কৰা লোকসকলৰ বাবে সুখবৰ ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে চিন্তা চৰ্চা চলাই আছে ন্যূনতম পেঞ্চনৰ পৰিমান বৃদ্ধি কৰিবলৈ ৷ এই কথা লোকসভাত সদৰী কৰে শ্ৰম মন্ত্ৰী সন্তোষ কুমাৰ গংগোৱাৰে ৷

ইপিএফ ৰ ন্যূনতম পেঞ্চনৰ পৰিমান 2000 টকালৈ বৃদ্ধি কৰাৰ আলোচনা চলি আছে বুলি জনাই মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে এই পৰিমান 3000 টকালৈ বৃদ্ধি পোৱাৰো সম্ভাৱণা আছে ৷ পেঞ্চনৰাশি 2000 টকালৈ বৃদ্ধি কৰাৰ বাবদ চৰকাৰৰ অতিৰিক্ত 4,671 কোটি টকা ব্যয় হ'ব আৰু যদিহে 3000 টকালৈ বৃদ্ধি কৰে তেন্তে চৰকাৰৰ 11,696 টকা ব্যয় হ'ব ৷

লোকসভাৰ সদনত শ্ৰম মন্ত্ৰী গংগোৱাৰে পেঞ্চন বৃদ্ধি সম্পৰ্কে এই তথ্য প্ৰদান কৰি কয় যে পূৰ্বৰ 1000 টকাৰ পৰা পেঞ্চনৰ পৰিমান বৃদ্ধিৰ বাবে কৰ্মচাৰী ভৱিষ্য নীধি সন্থা আৰু কেন্দ্ৰীয় কোষাগাৰ বৰ্ডৰ সৈতে যি যাৱতীয় ব্যবস্থা আছে সেয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷ লগতে মন্ত্ৰী গৰাকীয়ে কয় যে,  মোডী চৰকাৰেই 2014 টচন সমিতিৰ পৰামৰ্শ অনুসৰী ই পি এফ সদস্যৰ পেঞ্চনৰ পৰিমান 1000 লৈ বৃদ্ধি কৰিছিল ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.