ETV Bharat / business

দুমাহৰ ভিতৰত ৬ লাখ কোটিৰ ঋণ প্ৰদান ৰাজহুৱা খণ্ডৰ বেংকৰ - কোভিড-১৯ মহামাৰী

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰা অনুসৰি, ১ মাৰ্চৰ পৰা ৮ মে'ৰ ভিতৰত ৰাজহুৱা খণ্ডৰ বেংকসমূহে এমএছএমই, ৰিটেইল, কৃষি আৰু কৰ্পৰেটখণ্ডৰ ৪৬.৭৪ লাখ একাউন্টক ৫.৯৫ লাখ কোটিৰ ঋণ প্ৰদান কৰিছে । ইয়াৰ উপৰিও এনবিএফচিক ১.১৮ লাখ কোটিৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
author img

By

Published : May 12, 2020, 5:40 PM IST

নিউজ ডেস্ক, ১২ মে' : দেশব্যাপী চলি থকা লকডাউনৰ মাজতে ৰাজহুৱা খণ্ডৰ বেংকসমূহে দুমাহৰ ভিতৰত ৫.৯৫ লাখ কোটিৰ ঋণ মুকলি কৰি দিছে । এমএছএমই, কৃষিখণ্ড আৰু কৰ্পৰেটখণ্ডলৈ এই ধনৰাশি মুকলি কৰি দিয়া হৈছে । ইয়াৰ উপৰিও ১ মাৰ্চৰ পৰা ৮ মে'ৰ ভিতৰত নন-বেংকিং বিত্তীয় কোম্পানীসমূহলৈয়ো ১.১৮ লাখ কোটিৰ ঋণ মুকলি কৰি দিছে ৰাজহুৱা খণ্ডৰ বেংকসমূহে ।

  • PSBs sanctioned loans worth Rs 5.95 lakh crore for more than 46.74 lakh accounts from the MSME, Retail, Agriculture & Corporate sectors between March 1 and May 8, 2020. Total financing worth Rs 1.18 lakh crore was provided to NBFCs. @FinMinIndia @DFS_India @RBI @PIB_India

    — NSitharamanOffice (@nsitharamanoffc) May 12, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে এক টুইটযোগে "১ মাৰ্চৰ পৰা ৮ মে'ৰ ভিতৰত ৰাজহুৱা খণ্ডৰ বেংকসমূহে এমএছএমই, ৰিটেইল, কৃষি আৰু কৰ্পৰেটখণ্ডৰ ৪৬.৭৪ লাখ একাউন্টক ৫.৯৫ লাখ কোটিৰ ঋণ প্ৰদান কৰিছে । ইয়াৰ উপৰিও এনবিএফচিক ১.১৮ লাখ কোটিৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে" বুলি উল্লেখ কৰিছে ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনৰ মাজতে চৰকাৰী খণ্ডৰ বেংকসমূহে ২০০ কোটিৰ ওপৰৰ কাৰ্যকৰী মুলধনৰ ওপৰত অতিৰিক্ত ১০ শতাংশ ক্ৰেডিট মুকলি কৰি দিছে ।

  • Between March 20 - May 8, Public Sector Banks contacted 97% of borrowers eligible for emergency credit lines & working capital enhancements and sanctioned loans worth Rs 65,879 crore, up from the Rs 26,500 crore sanctioned as of May 4. @FinMinIndia @RBI @DFS_India @PIB_India

"২০ মাৰ্চৰ পৰা ৮ মে'ৰ ভিতৰত ৰাজহুৱা খণ্ডৰ বেংকসমূহে জৰুৰীকালীন ক্ৰেডিট লাইন আৰু কাৰ্যকৰী মুলধনৰ ওপৰত ৯৭ শতাংশ ধাৰকৰ সৈতে চুক্তি সম্পন্ন কৰি, সৰ্বমুঠ ৬৫,৮৭৯ কোটিৰ ঋণত অনুমতি প্ৰদান কৰিছে, যিটো ৪ মে'ৰ ভিতৰত ২৬,৫০০ কোটি আছিল ।" বুলি আন এক টুইটত উল্লেখ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

লগতে পঢ়কঃ বিশেষ ট্ৰেইনৰ বাবে নাগৰিকৰ 16 কোটি টকাৰ বুকিংঃ ৰেলৱে'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.