ETV Bharat / business

বজাৰ মুকলিৰ পাচতেই ছেনচেক্স 200 পইন্টলৈ উন্নীত

author img

By

Published : Apr 29, 2020, 11:45 AM IST

বোম্বে ষ্টক এক্সেঞ্জত 215.90 পইন্টৰ উত্তৰণ হৈ বজাৰ মুকলিৰ পিচতে 32,330 পইন্টত অৱস্থিতি । নিফটিৰো 56.70 পইন্টৰ উত্থান ।

বজাৰ মুকলিৰ পাচতেই ছেনচেক্সত উন্নীত 200 পইন্ট

নিউজ ডেস্ক, 29 এপ্ৰিলঃ দেশব্যাপী চলি থকা লক ডাউনৰ মাজতো ষ্টক বজাৰৰ বিনিয়োগকাৰীলৈ সেউজীয়া সংকেট দেখুৱাইছে বোম্বে ষ্টক এক্সেইঞ্জৰ ছেনচেক্সে । বুধবাৰে পুৱা ছেনচেক্সত বজাৰ মুকলিৰ পাচতে বজাৰৰ সূচাংক 215.90 অংক উন্নীত হয় । ফলত মুঠ বজাৰ 32,330.42 পইণ্টত অৱস্থিতি লাভ কৰে ।

আনহাতে উন্নীতৰ ক্ষেত্ৰত পিচপৰি ৰোৱা নাই নিফটিয়ো । 56.70 শতাংশ উন্নতিৰে নিফটিয়ে অৱস্থান কৰিছে 9,437.60 পইন্টত ।

ছেনচেক্সত লাভ অৰ্জনৰ ক্ষেত্ৰত প্ৰথম স্থানত HDFC আছে । ইয়াৰ পাচতে আছে বাজাজ ফাইনেন্স, মহিন্দ্ৰ টেক্, M&M, ৰিলায়েন্স উদ্যোগ আৰু NTPC । আনহাতে ইণ্ডাছট্ৰিয়েল বেংক, টাইটান, এক্সিছ বেংক, এচিয়ান পেইন্ট আৰু ইনফ্ছিচে লোকচানৰ সন্মূখীন হৈছে ।

শেহতীয়া খবৰ অনুসৰি ছেনচেক্স 285.83 অংক অৰ্থাৎ কালিৰ দিনটোতকৈ 0.89 শতাংশ উন্নীত হৈ 32,431.20 পাইছে । নিফটিয়ো বৰ্তমানলৈ 78.95 অংক আগুৱাই 9,459.85 ত ব্যৱসাই চলাই আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.