ETV Bharat / business

অপৰিৱৰ্তিত থাকিব পেট্ৰ'ল-ডিজেলৰ মূল্যঃ ইণ্ডিয়ান অইল

author img

By

Published : Apr 3, 2020, 6:57 PM IST

কোভিড-১৯ মহামাৰীৰ সংকটৰ ফল স্বৰূপেই যোৱা ১ এপ্ৰিলৰ পৰা OMCs য়ে পেট্ৰ'ল ডিজেলৰ মূল্য অপৰিৱৰ্তিত কৰি ৰাখিছে । বিবৃত্তি যোগে এই কথা উল্লেখ কৰে আইএচিৰ প্ৰবক্তাই ।

No change in basic selling price of petrol, diesel: ndianOil

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ কোভিড-১৯ মহামাৰীৰ সংকটৰ ফল স্বৰূপেই যোৱা ১ এপ্ৰিলৰ পৰা OMCs য়ে পেট্ৰ'ল ডিজেলৰ মূল্য অপৰিৱৰ্তিত কৰি ৰাখিছে । বিবৃত্তি যোগে এই কথা উল্লেখ কৰে আইএচিৰ প্ৰবক্তাই ।

দেশত এতিয়া লক্ ডাউনৰ পৰিস্থিতি । কোভিড-১৯ ৰ ফলত দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিছে । এই সংকটময় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অইল মাৰ্কেটিং কোম্পানীয়ে পেট্ৰ'ল ডিজেলৰ মূল্য অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শুকুৰবাৰে এই কথা সদৰী কৰে ইণ্ডিয়ান অইল কতৃপক্ষই ।

কোভিড-১৯ মহামাৰীৰ সংকটৰ ফল স্বৰূপেই যোৱা ১ এপ্ৰিলৰ পৰা OMCs য়ে পেট্ৰ'ল ডিজেলৰ মূল্য অপৰিৱৰ্তিত কৰি ৰাখিছে । বিবৃত্তিযোগে এই কথা উল্লেখ কৰে আইএচিৰ প্ৰবক্তাই ।

অৱশ্য়ে ১ এপ্ৰিলৰ পৰা কোনো কোনো ৰাজ্য যেনে মহাৰাষ্ট্ৰ, কৰ্ণাটক, পশ্চিম বংগত খুচুৰা বিক্ৰী মূল্য বৃদ্ধি কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.