ETV Bharat / business

নতুন প্ৰযুক্তিয়ে দুগুণে বৃদ্ধি কৰিব ভাৰতীয় কৃষকৰ আয়

author img

By

Published : Jul 8, 2019, 7:43 PM IST

ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তীৰাজ ব্যৱস্থা সংস্থা নিৰ্দেশক ডব্লিউ আৰ ৰেড্ডীয়ে বাজেট সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ নিৰ্দেশকগৰাকীৰ মতে কৃষিখণ্ডত নৱ-প্ৰযুক্তিৰ অন্তৰ্ভুক্তিয়ে কৃষকৰ আয় দুগুণে বৃদ্ধি কৰিব আৰু ইয়াৰ দ্বাৰা দেশৰ নৱপ্ৰজন্ময়ো কৃষিৰ প্ৰতি উৎসাহিত হ'ব ৷

প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক, 8 জুলাইঃ ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নিৰ্দেশক ডব্লিউ আৰ ৰেড্ডীয়ে ভাৰতীয় যুৱ প্ৰজন্মৰ বাবে কৃষি এক উল্লেখনীয় কৰ্ম সংস্থাপনৰ মাধ্যম হৈ পৰিব বুলি উল্লেখ কৰিছে ৷ কৃষকৰ আয় দুগুণ বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিষ্ঠানখনে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় কোচিনৰ সৈতে এক যুটীয়া কাৰ্যপ্ৰণালী আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ প্ৰতিষ্ঠানখনে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় কোচিনৰ দ্বাৰা উন্নীত কৰা হোৱা ‘Backyard Re-circulatory Aquaculture System' নামে এক কাৰ্যপ্ৰণালী আৰম্ভ কৰিছে ৷

EtvBharatAssam
প্ৰতিনিধিত্বমূলক ছবি

কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল ফিছাৰিছ ডেভেলপমেন্ট ব'ৰ্ডৰ সহযোগত ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ চৌহদত থকা গ্ৰাম্য প্ৰযুক্তি পাৰ্কত উদ্বোধন কৰা হয় ‘Backyard Re-circulatory Aquaculture System' কাৰ্যপ্ৰণালী ৷ এই কাৰ্যপ্ৰণালীৰ দ্বাৰা গ্ৰাম্য কৃষক,আত্মসহায়ক গোট আৰু যুৱপ্ৰজন্মক কৃষিৰ লগতে ফাৰ্মিঙৰ ওপৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৷

Intro:Body:

"We can only double the income of farmers by promoting integrated farming practices. Such technology-backed smart farming solutions will encourage youth to undertake farming as an occupation," said W.R. Reddy, Director General at NIRDPR.

Hyderabad: The National Institute of Rural Development and Panchayati Raj (NIRDPR) is working on a new technology in aquaculture to help double the income of Indian farmers, an official said on Monday.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.