ETV Bharat / business

বজাৰৰ খবৰ : ছেনচেক্সৰ লগতে উৰ্ধগামী নিফটি

author img

By

Published : Jul 10, 2020, 1:36 AM IST

বৃহস্পতিবাৰে দিনটোত উৰ্ধগামী হয় চেনছেক্স আৰু নিফটি ৷ 409 পইন্ট উৰ্ধগামী হয় ছেনচেক্স ।

নিফটি
নিফটি

নিউজ ডেস্ক, 9 জুলাই : বৃহস্পতিবাৰে সদৰ্থক পৰিবৰ্তন দেখা গ'ল বোম্বে শ্বেয়াৰ বজাৰত । দিনটোৰ বজাৰৰ সমাপ্তিত বোম্বে শ্বেয়াৰ বজাৰত দেখা গ'ল 409 পইণ্টৰ উত্থান । ছেনচেক্সৰ সমান্তৰালকৈ উত্থান হৈছে নিফটিটো । 107.70 পইন্ট বৃদ্ধি হয় নিফটি ।

বজাৰৰ খবৰঃ ছেনচেক্স উৰ্ধগামী, নিফটিয়ো উন্নীত

ইয়াৰ ফলত দিনটোৰ সমাপ্তিত 10,813 পইন্টত বজাৰ সামৰে নিফটিয়ে । উল্লেখ্য যে, দিনটোত বজাৰত উত্থান দেখা গ'ল তৈল উদ্যোগ আৰু গাড়ী উদ্যোগ সমূহত ।

লগতে পঢ়ক : শিৱসাগৰত দুই জাতীয় সংগঠনৰ স‌ংবাদ মেলঃ অখিল গগৈৰ মুক্তিৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.