ETV Bharat / business

মঙলবাৰে পুৱাৰ লেনদেনত ষ্টক বজাৰত অগ্ৰগতি

author img

By

Published : Mar 24, 2020, 10:37 AM IST

ষ্টক বজাৰৰ লেনদেন আৰম্ভ হোৱাৰ লগে লগে সূচাংকই 1300 পইন্টত অগ্ৰগতি লাভ কৰে ৷

মঙলবাৰে পুৱাৰ লেনদেনত ষ্টক বজাৰত অগ্ৰগতি
মঙলবাৰে পুৱাৰ লেনদেনত ষ্টক বজাৰত অগ্ৰগতি

বিজনেজ ডেস্ক, 24 মাৰ্চঃ মঙলবাৰে বোম্বে ষ্টক বজাৰত পুৱাৰ প্ৰথম লেনদেনত যোগাত্মক স্থিতি পৰিলক্ষিত হয় ৷ ষ্টক বজাৰৰ লেনদেন আৰম্ভ হোৱাৰ লগে লগে সূচাংকই 1300 পইন্টত অগ্ৰগতি লাভ কৰে ৷ বোম্বে ষ্টক বজাৰৰ সূচাংক 1312.69 পইন্টৰ অগ্ৰগতিৰে 27293.69 পইন্ট আৰু ৰাষ্ট্ৰীয় ষ্টক বজাৰ নিফটিৰ সূচাংকয়ো 400 পইন্টৰ অগ্ৰগতিৰে 8027.25 পইন্ট স্পৰ্শ কৰে ৷

লগতে চাওকঃ প্ৰকল্প বন্ধৰ বাবে উৎপাদন স্তব্ধ অটোম’বাইল কোম্পানীসমূহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.