ETV Bharat / business

এইচ ডি এফ চি বেংকৰ মোবাইল-নেট বেংকিং সেৱা বিকল - mobile, net banking services hit by technical snag

যান্ত্ৰিক বিজুতিৰ বাবেই HDFC বেংকৰ গ্ৰাহক সকলে সোমবাৰৰ দিনটোত বঞ্চিত হ'ব লগীয়া হয় মোবাইল বেংকিং আৰু নেট বেংকিং সেৱাৰ পৰা ৷ টুইট যোগে এই কথা প্ৰকাশ কৰে বেংক কৰ্তৃপক্ষই ৷

banking services hit by technical snag
সেৱা বিকল
author img

By

Published : Dec 3, 2019, 1:35 PM IST

নিউজ ডেস্কঃ সোমবাৰে স্তব্ধ হৈ পৰে ৰাজহুৱা খণ্ডৰ বৃহৎ বিত্তীয় প্ৰতিষ্ঠান এইট ডি এফ চি বেংকৰ মোবাইল বেংকিং আৰু নেট বেংকিং সেৱা ৷ যান্ত্ৰিক বিজুতিৰ বাবেই গ্ৰাহকসকলে সোমবাৰৰ দিনটোত বঞ্চিত হ'বলগীয়া হয় উক্ত সেৱাৰ পৰা ৷

net banking services hit by technical snag
এইদৰেই বিকল হৈ আছিল বেংকটোৰ সেৱা

এক তথ্যৰ পৰা জানিব পৰা মতে বেংকটোৰ নেট বেংকিং আৰু মবাইল বেংকিং বন্ধ হৈ পৰাৰ পিচত সহস্ৰাধিক গ্ৰাহকে নিজৰ একাউন্ট বন্ধ কৰি দিয়ে বেংকটোৰ পৰা ৷ আনহাতে এই ঘটনাৰ পিচতে এইচ ডি এফ চি বেংক কতৃপক্ষৰ ফালৰ পৰা এক টুইট প্ৰকাশ কৰে ৷ উক্ত টুইটত একাংশ গ্ৰাহকহে এই অসুবিধাৰ সন্মুখীন হ'বলগীয়া হোৱা বুলি উল্লেখ কৰে ৷ আনহাতে এই ঘটনাক লৈ গ্ৰাহক সকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও টুইটাৰৰ জৰিয়তে আশ্বাস প্ৰদান কৰে বেংক কতৃপক্ষই ৷ একাংশ গ্ৰাহকে সমগ্ৰ দিনটোত সামাজিক মাধ্যম যোগে তেওঁলোকৰ অসুবিধা তথা অভিযোগ সমূহ প্ৰকাশ কৰে ৷

  • Due to a technical glitch, some of our customers have been having trouble logging into our NetBanking and MobileBanking App. Our experts are working on it on top priority, and we’re confident we’ll be able to restore services shortly. (1/2)

    — HDFC Bank Cares (@HDFCBank_Cares) December 2, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃ নগাঁৱৰ ধিঙত চোৰাং-চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ বহু সংখ্যক পৰিভ্ৰমী চৰাই

Intro:Body:

এইড্চ দি এফ চি বেংকৰ মোবাইল বেংকিং- নেট বেংকিং সেৱা বিকল

সোমবাৰে স্তব্ধ হৈ পৰে ৰাজহুৱা খণ্ডৰ বৃহৎ বিত্তীয় প্ৰতিষ্ঠান এইড্চ দি এফ চি বেংকৰ মোবাইল বেংকিং আৰু নেট বেংকিং সেৱা ৷ যান্ত্ৰিক বিজুতিৰ বাবেই গ্ৰাহক সকলে সোমবাৰৰ দিনটোত বঞ্চিত হ'ব লগীয়ৈ হয় উক্ত সেৱাৰ পৰা ৷

এক তথ্যৰ পৰা জানিব পৰা মতে বেংকটোৰ নেট বেংকিং আৰু মবাইল বেংকিং বন্ধ হৈ পৰাৰ পিচত সহস্ৰাধিক গ্ৰাহকে নিজৰ একাউন্ট বন্ধ কৰোৱাই ৷ আনহাতে এই ঘটনাৰ পিচতে এইড্চ দি এফ চি বেংক কতৃপক্ষৰ ফালৰ পৰা এক টুইট প্ৰকাশ কৰে ৷ উক্ত টুইটত একাংশ গ্ৰাহকহে এই অসুবিধাৰ সন্মূখীন হ'বলগীয়া হোৱা বুলি উল্লেখ কৰে ৷ আনহাতে গ্ৰাহক সকল সংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও গ্ৰাহক সকলক উক্ত টুইটৰ জৰিয়তে আশ্বাস প্ৰদান কৰে বেংক কতৃপক্ষই ৷

একাংশ গ্ৰাহকে সমগ্ৰ দিনটোত সামাজিক মাধ্যম যোগে তেওঁলোকৰ  অসুবিধা-অভিযোগ সমূহ প্ৰকাশ কৰে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.