ETV Bharat / business

GST ক লৈ বিপাঙত ক্ষুদ্ৰ ব্যৱসায়ী ! - business news

বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে টেক্স বাৰ এছচিয়েনে (Text Bar Association) ৷ বুধবাৰে মহানগৰীৰ নন্দন হোটেলত উক্ত সংবাদমেলখন অনুষ্ঠিত হয় ৷

GST লৈ বিপাঙত ক্ষুদ্ৰ ব্যৱসায়ী !
author img

By

Published : Jun 19, 2019, 6:10 PM IST

গুৱাহাটী, 19 জুনঃ জি এচ টি নিয়ম নীতি সমূহ সঘনাই সালসলনি কৰাৰ বাবে বিপাঙত পৰিছে এতিয়া ব্যৱসায়ী সকল ৷ বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে টেক্স বাৰ এছচিয়েনে (Text Bar Association) ৷ বুধবাৰে মহানগৰীৰ নন্দন হোটেলত ক্ষুদ্ৰ ব্যৱসায়ীসকলে সংবাদমেল সম্বোধন কৰে ৷

GST ক লৈ বিপাঙত ক্ষুদ্ৰ ব্যৱসায়ী !

সংবাদমেলত জি এচ টি ৰ বাবে অসমৰ ক্ষুদ্ৰ আৰু মধ্যম বৰ্গৰ ব্যৱসায়ী সকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰে সন্থাটোৱে ৷ সংবাদমেলতেই টেক্স বাৰ এছচিয়েনে টেক্স ৰিটাৰ্নৰ ক্ষেত্ৰত থকা নিয়ম নীতি সমূহ কিছু পৰিমানে শিথিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷ ইয়াৰ লগতে টেক্স ৰিটাৰ্ন কৰাৰ বাবে নিৰ্ধাৰণ কৰা অন্তিম তাৰিখ সাল সলনি কৰিবলৈয়ো চৰকাৰক অনুৰোধ কৰে সন্থাটোৱে ৷

Intro:বুধবাৰে মহানোগৰীৰ নন্দন হোটেলত text Bar Association নে এখনি সংবাদমেল সম্বোধন কৰে । সংবাদমেলত GST ৰ বাবে অসমৰ ক্ষুদ্ৰ আৰু মধ্যয়ম বৰ্গৰ ব্যৱসায়ি সকলে সন্মুখীন হোৱা সমস্যা বিষয়ে মন্ত্যৱ কৰে । GST নিয়ম নীতি সমূহ সঘনাই সালসলনি কৰাৰ বাবে বিমূৰ্ত পৰিছে এতিয়া ব্যৱসায়ি সকল । যাৰ বাবে text Bar Association ৰ চৰকাৰলৈ অনুৰোধ টেক্স ৰিটাৰ্নৰ ক্ষেত্ৰত নিয়ম নীতি সমূহত কিছু সকাহ দিব লাগে । লগতে ৩০ জোনত টেক্স ৰিটাৰ্ন কৰা বাবে নিধাৰণ অন্তিম তাৰিখ আগুৱাই দিবলৈ অনুৰদ জনাই text Bar Association সদস্য সকলে ।

Body:বুধবাৰে মহানোগৰীৰ নন্দন হোটেলত text Bar Association নে এখনি সংবাদমেল সম্বোধন কৰে । সংবাদমেলত GST ৰ বাবে অসমৰ ক্ষুদ্ৰ আৰু মধ্যয়ম বৰ্গৰ ব্যৱসায়ি সকলে সন্মুখীন হোৱা সমস্যা বিষয়ে মন্ত্যৱ কৰে । GST নিয়ম নীতি সমূহ সঘনাই সালসলনি কৰাৰ বাবে বিমূৰ্ত পৰিছে এতিয়া ব্যৱসায়ি সকল । যাৰ বাবে text Bar Association ৰ চৰকাৰলৈ অনুৰোধ টেক্স ৰিটাৰ্নৰ ক্ষেত্ৰত নিয়ম নীতি সমূহত কিছু সকাহ দিব লাগে । লগতে ৩০ জোনত টেক্স ৰিটাৰ্ন কৰা বাবে নিধাৰণ অন্তিম তাৰিখ আগুৱাই দিবলৈ অনুৰদ জনাই text Bar Association সদস্য সকলে ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.