ETV Bharat / business

গুগ'লে ডুঅ' কলিং এপত বৃদ্ধি কৰিছে গ্ৰুপ কলিঙত সদস্যৰ সংখ্যা

author img

By

Published : Mar 28, 2020, 8:18 PM IST

এতিয়াৰে পৰা এটা কলত সৰ্বাধিক ১২ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব । পূৰ্বতে গুগল ডুঅ'ৰ সামূহিক কলৰ ক্ষেত্ৰত সৰ্বাধিক সংখ্যা আছিল ৮ জন ।

গুগ'লে ডুঅ'  কলিং এপত বৃদ্ধি কৰিছে গ্ৰুপ কলিঙত সদস্যৰ সংখ্যা
গুগ'লে ডুঅ' কলিং এপত বৃদ্ধি কৰিছে গ্ৰুপ কলিঙত সদস্যৰ সংখ্যা

নিউজ ডেস্ক, 28 মাৰ্চঃ গুগ'লে ডুঅ' কলিং এপত বৃদ্ধি কৰিছে গ্ৰুপ কলিঙত সদস্যৰ সংখ্যা । এতিয়াৰে পৰা এটা কলত সৰ্বাধিক ১২ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব । পূৰ্বতে গুগল ডুঅ'ৰ সামূহিক কলৰ ক্ষেত্ৰত সৰ্বাধিক সংখ্যা আছিল ৮ জন ।

এই সুবিধা বৰ্তমানে উপলব্ধ হৈছে কিন্তু কেতিয়ালৈ এই সুবিধা থাকিব তাৰ কোনো সঠিক তথ্য নাই । বৰ্তমানে কৰ'ণা ভাইৰাছৰ ফলত উদ্ভৱ হোৱা সাম্প্ৰতিক পৰিস্থিতি শাম কটাৰ পাচত এই সুবিধা থাকিব নে এটা কলত সদস্যৰ সংখ্যা হ্ৰাস কৰা হ'ব তাক লৈ কোনো নিশ্চয়তা নাই ।

অৱশ্যে গুগ'ল ডুঅ' কলিং এপ ব্যৱহাকাৰী সকলে এই সুবিধাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.