নিউজ ডেস্ক, 28 মাৰ্চঃ গুগ'লে ডুঅ' কলিং এপত বৃদ্ধি কৰিছে গ্ৰুপ কলিঙত সদস্যৰ সংখ্যা । এতিয়াৰে পৰা এটা কলত সৰ্বাধিক ১২ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব । পূৰ্বতে গুগল ডুঅ'ৰ সামূহিক কলৰ ক্ষেত্ৰত সৰ্বাধিক সংখ্যা আছিল ৮ জন ।
-
The best way to turn social distancing into distant socializing #GoogleDuo pic.twitter.com/iPftZNZOAT
— Google Duo (@GoogleDuoApp) March 27, 2020 " class="align-text-top noRightClick twitterSection" data="
">The best way to turn social distancing into distant socializing #GoogleDuo pic.twitter.com/iPftZNZOAT
— Google Duo (@GoogleDuoApp) March 27, 2020The best way to turn social distancing into distant socializing #GoogleDuo pic.twitter.com/iPftZNZOAT
— Google Duo (@GoogleDuoApp) March 27, 2020
এই সুবিধা বৰ্তমানে উপলব্ধ হৈছে কিন্তু কেতিয়ালৈ এই সুবিধা থাকিব তাৰ কোনো সঠিক তথ্য নাই । বৰ্তমানে কৰ'ণা ভাইৰাছৰ ফলত উদ্ভৱ হোৱা সাম্প্ৰতিক পৰিস্থিতি শাম কটাৰ পাচত এই সুবিধা থাকিব নে এটা কলত সদস্যৰ সংখ্যা হ্ৰাস কৰা হ'ব তাক লৈ কোনো নিশ্চয়তা নাই ।
অৱশ্যে গুগ'ল ডুঅ' কলিং এপ ব্যৱহাকাৰী সকলে এই সুবিধাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে ।