ETV Bharat / business

গুগ'লে প্ৰতিদিনে 30 লাখ লোকক সংযোগ কৰিছে "Meet app"ৰ জৰিয়তেঃ পিছাই - এন্ড্ৰইড এপ

ফেব্ৰুৱাৰী-মাৰ্চ মাহত 30 শতাংশ বৃদ্ধি পাইছে এন্ড্ৰইড এপ ডাউনলোড কৰা আৰু গুগ'ল প্লে ব্যৱহাৰ কৰা লোকৰ সংখ্যা । YouTube ত সময় অতিবাহিত কৰা লোকৰ সংখ্যাও অধিক হাৰত বৃদ্ধি ।

গুগ'লে প্ৰতিদিনে 30 লাখ লোকক সংযোগ কৰিছে "Meet app"ৰ জৰিয়তেঃ পিছাই

author img

By

Published : Apr 29, 2020, 8:57 PM IST

নিউজ ডেস্ক, 29 এপ্ৰিলঃ ভিডিঅ' কনফাৰেন্সিং বৰ্তমান সময়ত তেনেই সাধাৰণ কথা । গুগ'লে প্ৰতিদিনে কমেও নতুনকৈ 3 মিলিয়ন লোকক যোগ কৰাইছে Meets App ৰ জৰিয়তে । বৰ্তমান এই এপত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা 100 মিলিয়ন হৈছে । জানুৱাৰীৰ পৰা বৃদ্ধি পাইছে এই এপত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা । প্ৰতিস্থানটোৰ CEO সুন্দৰ পিছায়ে প্ৰকাশ কৰে এই কথা ।

আনহাতে ফেব্ৰুৱাৰী-মাৰ্চ মাহত বৃদ্ধি পাইছে এনৰইড এপ ডাউনলোড কৰা লোকৰ সংখ্যা আৰু গুগ'ল প্লে ব্যৱহাৰ কৰা লোকৰ সংখ্যা । এই সংখ্যা ফেব্ৰুৱাৰী-মাৰ্চ মাহত 30 শতাংশ বৃদ্ধি হৈছে ।

আনহাতে YouTube ত সময় অতিবাহিত কৰা লোকৰ সংখ্যাও অধিক হাৰত বৃদ্ধি পোৱাৰ কথা পোহৰলৈ আহিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.