ETV Bharat / business

গুগ'লে প্ৰতিদিনে 30 লাখ লোকক সংযোগ কৰিছে "Meet app"ৰ জৰিয়তেঃ পিছাই

author img

By

Published : Apr 29, 2020, 8:57 PM IST

ফেব্ৰুৱাৰী-মাৰ্চ মাহত 30 শতাংশ বৃদ্ধি পাইছে এন্ড্ৰইড এপ ডাউনলোড কৰা আৰু গুগ'ল প্লে ব্যৱহাৰ কৰা লোকৰ সংখ্যা । YouTube ত সময় অতিবাহিত কৰা লোকৰ সংখ্যাও অধিক হাৰত বৃদ্ধি ।

গুগ'লে প্ৰতিদিনে 30 লাখ লোকক সংযোগ কৰিছে "Meet app"ৰ জৰিয়তেঃ পিছাই
গুগ'লে প্ৰতিদিনে 30 লাখ লোকক সংযোগ কৰিছে "Meet app"ৰ জৰিয়তেঃ পিছাই

নিউজ ডেস্ক, 29 এপ্ৰিলঃ ভিডিঅ' কনফাৰেন্সিং বৰ্তমান সময়ত তেনেই সাধাৰণ কথা । গুগ'লে প্ৰতিদিনে কমেও নতুনকৈ 3 মিলিয়ন লোকক যোগ কৰাইছে Meets App ৰ জৰিয়তে । বৰ্তমান এই এপত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা 100 মিলিয়ন হৈছে । জানুৱাৰীৰ পৰা বৃদ্ধি পাইছে এই এপত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা । প্ৰতিস্থানটোৰ CEO সুন্দৰ পিছায়ে প্ৰকাশ কৰে এই কথা ।

আনহাতে ফেব্ৰুৱাৰী-মাৰ্চ মাহত বৃদ্ধি পাইছে এনৰইড এপ ডাউনলোড কৰা লোকৰ সংখ্যা আৰু গুগ'ল প্লে ব্যৱহাৰ কৰা লোকৰ সংখ্যা । এই সংখ্যা ফেব্ৰুৱাৰী-মাৰ্চ মাহত 30 শতাংশ বৃদ্ধি হৈছে ।

আনহাতে YouTube ত সময় অতিবাহিত কৰা লোকৰ সংখ্যাও অধিক হাৰত বৃদ্ধি পোৱাৰ কথা পোহৰলৈ আহিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.