ETV Bharat / business

দুটাকৈ ইনষ্টলমেন্টৰ দ্বাৰা কেন্দ্ৰই ৰাজ্যসমূহক প্ৰদান কৰিব জিএছটি ক্ষতিপূৰণ

author img

By

Published : Feb 3, 2020, 4:49 PM IST

তেলেংগানা আৰু উৰিষ্যাৰ সাংসদসকলে সোমবাৰে লোকসভাত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে, ৰাজ্যসমূহক দুটাকৈ ইনষ্টলমেন্টৰ দ্বাৰা সামগ্ৰী আৰু সেৱা কৰ আৰু সংহত সামগ্ৰী আৰু সেৱা কৰৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব ৷

কেন্দ্ৰই ৰাজ্যসমূহক প্ৰদান কৰিব জিএছটি ক্ষতিপূৰণ

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰীঃ কেন্দ্ৰই ৰাজ্যসমূহক দুটাকৈ ইনষ্টলমেন্টৰ দ্বাৰা জিএছটি ক্ষতিপূৰণ প্ৰদান কৰিব ৷ সোমবাৰে লোকসভাৰ প্ৰশ্নোত্তৰ শিতানত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই কথা উল্লেখ কৰে ৷ তেলেংগানা আৰু উৰিষ্যাৰ সাংসদে, তেওঁলোকৰ ৰাজ্যদুখনে সামগ্ৰী আৰু সেৱা কৰ তথা সংহত সামগ্ৰী আৰু সেৱা কৰৰ লাভাংশ ঠিকমতে লাভ কৰা নাই বুলি উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰে মন্ত্ৰী অনুৰাগ ঠাকুৰে ৷ কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে, "সকলো বাকী থকা জিএছটি ক্ষতিপূৰণ ৰাজ্যসমূহক দুটাকৈ খণ্ডত প্ৰদান কৰা হ'ব ৷ জিএছটি (ৰাজ্যসমূহলৈ ক্ষতিপূৰণ) আইন, 2017 অনুসৰি, ৰাজ্য় তথা কেন্দ্ৰীয়শাসিত অঞ্চল (বিধানমণ্ডলৰ সৈতে কেন্দ্ৰীয় শাসিত অঞ্চল)সমূহক জিএছটিৰ বাবে সন্মুখীন হোৱা ৰাজহ লোকচানৰ বাবে মাহত দুবাৰকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷"

জিএছটি ক্ষতিপূৰণক লৈ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

তেওঁ লগতে উল্লেখ কৰে যে, ৰাজ্যসমূহক এইদৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা 2017 চনৰ জুলাই মাহৰ পৰাই কাৰ্যকৰী কৰা হৈছে ৷ ইতিমধ্যে 2019 বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ জিএছটি ক্ষতিপূৰণসমূহ মুকলি কৰি দিয়া হৈছে আৰু অক্টোৱৰ তথা নৱেম্বৰ মাহৰ ক্ষতিপূৰণসমূহ বাকী আছে ৷ 2017 চনৰ জুলাই 1 তাৰিখৰ পৰা কাৰ্যকৰী হোৱা সামগ্ৰী আৰু সেৱা কৰৰ অধীনত ৰাজ্যসমূহৰ লগতে দিল্লী আৰু পণ্ডিচেৰী কেন্দ্ৰীয়শাসিত অঞ্চলক ধৰি সৰ্বমুঠ 2,10,969.49 কোটি টকা ক্ষতিপূৰণ প্ৰদান কৰা হৈছে ৷ ইয়াৰ ভিতৰত 2017ৰ জুলাইৰ পৰা 2018ৰ মাৰ্চলৈ 48,785.35 কোটি টকা, 2018 এপ্ৰিলৰ পৰা 2019ৰ মাৰ্চলৈ 81,141.14 কোটি টকা, 2019ৰ এপ্ৰিল আৰু মে' মাহত 17,789 কোটি, 2019ৰ জুন আৰু জুলাই মাহত 27,956 কোটি টকা আৰু আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহত সৰ্বমুঠ 35,298 কোটি টকা মুকলি কৰি দিছে কেন্দ্ৰই ৷

Intro:Body:

      New Delhi, Feb 3 (PTI) The Centre will release all due

GST compensation to states in two instalments, Union Minister

Anurag Thakur said in Lok Sabha on Monday.

    The reply came after MPs from Telangana and Odisha

complained during Question Hour that their states were not

getting the share of the Goods and Services Tax (GST) and

Integrated Goods and Service Tax (IGST).

    "All due GST compensation will be given to states in two

instalments," Thakur, union minister of state for finance,

said.

    The minister said GST (Compensation to States) Act, 2017

provides for compensation to States/UTs (UT with legislature

only) on account of revenue loss due to implementation of GST

on a bi-monthly basis.

    Accordingly, he said, the states have been paid GST

compensation on a bi-monthly basis with effect from July,

2017.

    Thakur said the GST Compensation has been released till

September, 2019 and the next bi-monthly GST Compensation is

due for October-November, 2019.

    The minister said a total of Rs 2,10,969.49 crore has

been released as GST compensation to states so far including

UTs of Delhi and Puducherry after implementation of GST with

effect from July 1, 2017.

    Period for which compensation has been released: July,

2017March 2018 - Rs 48,785.35 crore; April 2018March 2019 -

Rs 81,141.14 crore; AprilMay 2019 - Rs 17,789 crore; June

July 2019 - Rs 27,956 crore; AugSept 2019 - Rs 35,298 crore.

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.