ETV Bharat / business

ৰাজহুৱা খণ্ড অধিকৃত বেংকৰ মুৰব্বীৰ সৈতে বৈঠক বিত্ত মন্ত্ৰী নিৰ্মৱা সীতাৰমণৰ - Nirmala Sitharaman

পূৰ্বৰ সূচী মতে দেশৰ প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোডী উক্ত বৈঠকত উপস্থিত থকাৰ কথা আছিল ৷ কিন্তু তেওঁ এই বৈঠক বাতিল কৰিব লগীয়া হয় ৷ সেয়েহে প্ৰধানমন্ত্ৰীৰ সলনি বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী ৷

বিত্ত মন্ত্ৰী সীতাৰমণ
author img

By

Published : Jun 21, 2019, 3:36 PM IST

নিউজ ডেস্ক, 21 জুনঃ শুকুৰবাৰে ৰাজহুৱা খণ্ড অধিকৃত বেংকসমূহৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় বৃত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ এই বৈঠকত একত্ৰীকৰণৰ ক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰাৰ লগতে মজলীয়া, ক্ষুদ্ৰ আৰু মধ্যমীয়া বাণিজ্য ইত্যাদিৰ বিষয়ে আলোচনা কৰা হ'ব ৷

লগতে পঢ়কঃ ওৰাঙত পিতৃৰ হাতত প্ৰাণ গ'ল সদ্য বিবাহিত পুত্ৰৰ

এক সূত্ৰই জনোৱা অনুসৰি পূৰ্বৰ সূচী মতে দেশৰ প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোডী উক্ত বৈঠকত উপস্থিত থকাৰ কথা আছিল ৷ কিন্তু তেওঁ এই বৈঠক বাতিল কৰিব লগীয়া হয় বিশেষ কাৰণত, সেয়েহে প্ৰধানমন্ত্ৰীৰ সলনি বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ উল্লেখ্য যে,জুন মাহৰ আৰম্ভণিতে বাজেট সম্পৰ্কে আলোচনাত মিলিত হ'বলৈ বিভিন্ন বেংকৰ মুৰব্বীৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰিছিল ৷

ৰাজহুৱা খণ্ড অধিকৃত বেংকৰ মুৰব্বীৰ সৈতে বৈঠক বিত্ত মন্ত্ৰী সীতাৰমণৰ

নিউজ ডেস্ক, 21 জুনঃ ৰাজহুৱা খণ্ড অধিকৃত বেংকৰ মুৰব্বীৰ সৈতে  বৈঠকত  মিলিত হ'ব কেন্দ্ৰীয় বৃত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ এই বৈঠকত একত্ৰীকৰণৰ ক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰাৰ লগতে মজলীয়া, ক্ষুদ্ৰ আৰু মধ্যয়ীয়া বাণিজ্যৰ ইত্যাদি বিষয় সম্পৰ্কেও আলোচনা কৰা হ'ব ৷

এক সূত্ৰই জনোৱা অনুসৰী পূৰ্বৰ সূচী মতে দেশৰ প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোডী উক্ত বৈঠকত উপস্থিত থকাৰ কথা আছিল ৷ কিন্তু তেওঁ এই বৈঠক বাতিল কৰিব লগীয়া হয় ৷ সেয়েহে প্ৰধানমন্ত্ৰীৰ সলনি বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী ৷ উল্লেখ্য যে, জুন মাহৰ আৰম্ভণিতে বাজেট সম্পৰ্কে আলোচনাত মিলিত হ'বলৈ বিভিন্ন বেংকৰ মুৰব্বীৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰিছিল ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.