ETV Bharat / business

জাপানত বিশ্বৰ আটাইতকৈ বেগী বুলেট ট্ৰেইনৰ পৰীক্ষণ

বুলেট ট্ৰেইনখনৰ সৰ্বোচ্চ গতি বেগ হৈছে ঘণ্টাত 400 কিল'মিটাৰ ৷ যাত্ৰীৰ বাবে 2020 চনৰ পৰা মুকলি কৰাৰ সম্ভাৱনা আছে ৷ প্ৰথমে মুকলিৰ সময়চোৱাত ৰেলখনে প্ৰতিঘণ্টাত 300 কিঃমিঃ বেগেৰে গতি কৰিব ৷

বিশ্বৰ আটাইতকৈ বেগী বুলেট ট্ৰেইন
author img

By

Published : May 11, 2019, 6:58 PM IST

নিউজ ডেস্ক, 11 মে': জাপানে পৰীক্ষণ আৰম্ভ কৰিলে বিশ্বৰ আটাইতকৈ বেগী বুলেট ট্ৰেইনৰ ৷ ৰে'ল পৰিবহনৰ ক্ষেত্ৰত আৰু এখোপ অগ্ৰগতিৰ পৰিচয় দিয়া এইখন বুলেট ট্ৰেইনৰ সৰ্বোচ্ছ গতি বেগ হৈছে ঘণ্টাত 400 কিল'মিটাৰ ৷ চিন্কান্চেন নামেৰে নামাকৰণ কৰা ৰে'ল খনৰ ALFA-X নামৰ সংস্কৰণৰ ক্ষেত্ৰত আৰম্ভ কৰা এই পৰীক্ষণ আগন্তুক তিনিবছৰলৈ কৰা হ'ব ৷

বুলেট ট্ৰেইনখন যাত্ৰীৰ বাবে 2020 চনৰ পৰা মুকলি কৰাৰ সম্ভাৱনা আছে ৷ যাত্ৰীৰ বাবে প্ৰথমে মুকলিৰ সময়চোৱাত ৰেলখনে প্ৰতিঘণ্টাত 300 কিঃমিঃ বেগেৰে গতি কৰিব ৷ 2030 চনলৈ অতি সহজে 360 কিঃমিঃ বেগেৰে গতি কৰিব পাৰিব ৷ বুলেট ট্ৰেইনখনৰ পৰীক্ষণ আৰম্ভ কৰা হৈছে চেন্দাই আৰু আওমৰি নামৰ চহৰ দুখনৰ মাজত ৷ সপ্তাহত দুবাৰকৈ মাজনিশাৰ পিছত চলোৱা হয় এই পৰীক্ষণ ৷

Japan tests world's fastest bullet train

জাপানত বিশ্বৰ আটাইতকৈ বেগী বুলেট ট্ৰেইনৰ পৰীক্ষণ আৰম্ভ

নিউজ ডেস্ক, 11 মে': জাপানে পৰীক্ষণ আৰম্ভ কৰিলে বিশ্বৰ আটাইতকৈ বেগী ৰে'লৰ ৷ ৰে'ল পৰিবহনৰ ক্ষেত্ৰত আৰু এখোপ অগ্ৰগতিৰ পৰিচয় দিয়া এইখন বুলেট ট্ৰেইনৰ সৰ্বোচ্ছ গতি বেগ হৈছে ঘণ্টাত 400 কিল'মিটাৰ (249 মাইল/প্ৰতি ঘণ্টা) ৷
চিন্কান্চেন নামেৰে নামাকৰণ কৰা ৰে'ল খনৰ ALFA-X নামৰ সংস্কৰণৰ ক্ষেত্ৰত আৰম্ভ কৰা এই ৰেলখনৰ পৰীক্ষণ আগন্তোক তিনিবছৰলৈ কৰা হ'ব ৷

যাত্ৰীৰ বাবে 2020 চনৰ পৰা মুকলি কৰাৰ সম্ভাৱনা আছে৷ যাত্ৰীৰ বাবে প্ৰথমে মুকলিৰ সময়চোৱাত ৰেলখনে প্ৰতিঘণ্টাত 300 কিমি বেগেৰে গতি কৰিব ৷ 2030 চনলৈ অতি সহজে 360 কিমি বেগেৰে গতি কৰিব পাৰিব এই ৰে'লখনে ৷ বুলেট ট্ৰেইনখনৰ পৰীক্ষণ আৰম্ভ কৰা হৈছে চেন্দাই আৰু আওমৰি নামৰ চহৰ দুখনৰ মাজত ৷ সপ্তাহত দুবাৰকৈ মাজনিশাৰ পিছত চলোৱা হয় এই পৰীক্ষণ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.