বিজনেচ ডেস্ক, 24 জুলাই: 254 টা startupত 1,700 কোটি টকা বিনিয়োগ লাভ কৰিছে ৷ বুধবাৰে বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে এই কথা প্ৰকাশ কৰে ৷ 254 টা startupত SEBI পঞ্জীয়ণভুক্ত Alternative Investment Funds (AIF)য়ে এই পুজিঁ যোগান ধৰিছে ৷ ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে 10,000 কোটি টকা ব্যয় সাপেক্ষে Fund of Funds for Startups (FFS) প্ৰতিষ্ঠা কৰিছে ৷ লোকসভাত এই কথা প্ৰকাশ কৰে মন্ত্ৰী গোয়েলে ৷ তেওঁ লগতে কয় যে Fund of Funds for Startups (FFS)য়ে startup সমূহত বিনিয়োগ আৰু funds যোগান ধৰাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ তেওঁ জানিবলৈ দিয়ে যে Fund of Funds for Startups (FFS)ৰ কামত Department for Promotion of Industry and Internal Tradeয়ে চকু ৰাখিব আৰু ইয়াক পৰিচালনা কৰিব Small Industries Development Bank of India (SIDBI)য়ে ৷ 10,000 কোটি টকাৰ এই পুঁজি 14 আৰু 15 ফাইনেঞ্চিয়েল কমিচনত প্ৰদান কৰা হ’ব ৷ 10 জুলাই 2019 লৈ ইতিমধ্যে 3,123.20 কোটি টকা SEBI পঞ্জীয়ণভুক্ত Alternative Investment Funds (AIF)ক প্ৰদান কৰিছে ইয়াৰে 1,701.03 কোটি টকা Alternative Investment Funds (AIF)য়ে 254 টা startupত বিনিয়োগ কৰিছে আৰু 512.57 কোটি টকা Fund of Funds for Startupsৰ পৰা দিয়া হৈছে ৷
STARTUP লৈ বাণিজ্য মন্ত্ৰণালয়ৰ 1,700 কোটি - বাণিজ্য
254 টা startupত SEBI পঞ্জীয়ণভুক্ত Alternative Investment Funds (AIF)য়ে এই পুঁজি যোগান ধৰিছে ৷ ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে 10,000 কোটি টকা ব্যয় সাপেক্ষে Fund of Funds for Startups (FFS) প্ৰতিষ্ঠা কৰিছে ৷
বিজনেচ ডেস্ক, 24 জুলাই: 254 টা startupত 1,700 কোটি টকা বিনিয়োগ লাভ কৰিছে ৷ বুধবাৰে বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে এই কথা প্ৰকাশ কৰে ৷ 254 টা startupত SEBI পঞ্জীয়ণভুক্ত Alternative Investment Funds (AIF)য়ে এই পুজিঁ যোগান ধৰিছে ৷ ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে 10,000 কোটি টকা ব্যয় সাপেক্ষে Fund of Funds for Startups (FFS) প্ৰতিষ্ঠা কৰিছে ৷ লোকসভাত এই কথা প্ৰকাশ কৰে মন্ত্ৰী গোয়েলে ৷ তেওঁ লগতে কয় যে Fund of Funds for Startups (FFS)য়ে startup সমূহত বিনিয়োগ আৰু funds যোগান ধৰাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ তেওঁ জানিবলৈ দিয়ে যে Fund of Funds for Startups (FFS)ৰ কামত Department for Promotion of Industry and Internal Tradeয়ে চকু ৰাখিব আৰু ইয়াক পৰিচালনা কৰিব Small Industries Development Bank of India (SIDBI)য়ে ৷ 10,000 কোটি টকাৰ এই পুঁজি 14 আৰু 15 ফাইনেঞ্চিয়েল কমিচনত প্ৰদান কৰা হ’ব ৷ 10 জুলাই 2019 লৈ ইতিমধ্যে 3,123.20 কোটি টকা SEBI পঞ্জীয়ণভুক্ত Alternative Investment Funds (AIF)ক প্ৰদান কৰিছে ইয়াৰে 1,701.03 কোটি টকা Alternative Investment Funds (AIF)য়ে 254 টা startupত বিনিয়োগ কৰিছে আৰু 512.57 কোটি টকা Fund of Funds for Startupsৰ পৰা দিয়া হৈছে ৷
PRI ECO GEN NAT
.NEWDEL PAR14
LS-STARTUPS
254 startups get Rs 1,700 cr investment from AFI
New Delhi, Jul 24 (PTI) As many as 254 startups have
received investment to the tune of over Rs 1,700 crore from
the SEBI-registered Alternative Investment Funds (AIF) and the
central government has also set up a Fund of Funds for
Startups (FFS) with corpus of Rs 10,000 crore, Commerce
Minister Piyush Goyal said on Wednesday.
Goyal said in Lok Sabha that the FFS with corpus of Rs
10,000 crore will meet the funding needs of startups.
He said the Department for Promotion of Industry and
Internal Trade is the monitoring agency and Small Industries
Development Bank of India (SIDBI) is the operating agency for
FFS.
"The total corpus of Rs 10,000 crore is envisaged to be
provided over the 14th and 15th Finance Commission cycles
based on progress of the scheme and availability of funds. As
on July 10, 2019, the SIDBI has committed Rs 3123.20 crore to
47 SEBI registered Alternative Investment Funds (AIFs)," he
said.
The minister said these funds have raised a corpus fund
of Rs 25,728 crore.
"Further, the AIFs have invested a total of Rs 1,701.03
crore into 254 startups out of which Rs 512.57 crore have been
drawn from Fund of Funds for Startups," he said. PTI ACB
DV
DV
07241410
NNNN