ETV Bharat / budget-2019

আজি দাখিল হ'ব 2019-20 বৰ্ষৰ পূৰ্ণাংগ বাজেট

author img

By

Published : Jul 5, 2019, 7:59 AM IST

Updated : Jul 5, 2019, 9:22 AM IST

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট ৷

কেন্দ্ৰীয় বাজেট 2019
  • আজি সংসদত দাখিল হ'ব 2019-20 বৰ্ষৰ পূৰ্ণাংগ বাজেট
  • মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
  • দিনৰ 11 বজাত সংসদত দাখিল কৰা হ'ব বাজেট
  • লোকসভাৰ অধ্যক্ষক সম্বোধন কৰি বিত্তমন্ত্ৰীয়ে সংসদত দাখিল কৰিব বাজেট
  • 90 মিনিট পৰা 1.20 মিনিট সময়ৰ ভিতৰত দাখিল কৰিব এই বাজেট
  • উল্লেখ্য যে, ভাৰতৰ ইতিহাসত ইন্দিৰা গান্ধীৰ পাচতে দ্বিতীয়গৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট

Intro:Body:

আজি দাখিল হ'ব 2019-20 বৰ্ষৰ পূৰ্ণাংগ বাজেট 

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট ৷ বিত্তীয়মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট ৷ 

আজি সংসদত দাখিল হ'ব  2019-20 বৰ্ষৰ পূৰ্ণাংগ বাজেট ৷

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল বিত্তীয়মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

দিনৰ 11 বজাত সংসদত দাখিল কৰা হ'ব বাজেট ৷

লোকসভাৰ অধ্যক্ষক সম্বোধি বিত্তীয় মন্ত্ৰীয়ে সংসদত দাখিল কৰিব বাজেট ৷

90 মিনিট পৰা 1.20 মিনিট সময়ৰ ভিতৰত দাখিল কৰিব এই বাজেট ৷ 

উল্লেখ্য যে, ভাৰতৰ ইতিহাসত ইন্দিৰা গান্ধীৰ পাচতে দ্বিতীয় গৰাকী মহিলা বিত্তীয়মন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট 

Conclusion:
Last Updated : Jul 5, 2019, 9:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.