ETV Bharat / briefs

পুনৰ চাৰি দিনৰ জিম্মাত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰু - বুদ্ধিজীৱী

জু-ৰোড বিস্ফোৰণৰ লগত জড়িত মূল অভিযুক্ত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক তৃতীয় বাৰৰ বাবে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়, পুনৰ চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত আদালতে প্ৰেৰণ কৰে জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক ৷

পুনৰ চাৰি দিনৰ জিম্মাত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰু
author img

By

Published : May 31, 2019, 6:08 PM IST

গুৱাহাটী,৩১মে' : ৰাজ্য কঁপাই যোৱা জু-ৰোড বিস্ফোৰণৰ লগত জড়িত মূল অভিযুক্ত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক শুকুৰবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় । তৃতীয় বাৰৰ বাবে আদালতত হাজিৰ কৰা হয় দুয়োজনকে । আৰক্ষীৰ তদন্ত শেষ নোহোৱাৰ বাবে পুনৰ চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত আদালতে প্ৰেৰণ কৰে জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক । এই চাৰি দিনত আৰক্ষীয়ে জব্দ কৰা অস্ত্ৰ-সস্ত্ৰ আৰু বিস্ফোৰণৰ ঘাটি কেনেকৈ ৰচনা কৰা হৈছিল সেই সম্পৰ্কত তদন্ত কৰিব আৰক্ষীয়ে ।

পুনৰ চাৰি দিনৰ জিম্মাত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰু

ইফালে, এই বিস্ফোৰণ ঘটনাৰ লগত বুদ্ধিজীৱিকে ধৰি অধিক লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে ।

Intro:জু ৰোড বিস্ফোৰণৰ লগত জড়িত মূল অভিযুক্ত জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। শুক্ৰবাৰে তৃতীয় বাৰৰ বাবে আদালতত হাজিৰ কৰোৱা হয় দুয়োজনকে।পুনৰ চাৰি দিনৰ জিম্মাত আদালতে প্ৰেৰণ কৰিলে জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰু । আৰক্ষী তদন্ত শেষ নোহোৱাৰ বাবে পুনৰ প্ৰেৰণ কৰা হৈছে আৰক্ষী জিম্মাত।জব্দ কৰা অস্ত্ৰ শস্ত্ৰ আৰু বিস্ফোৰকৰ ঘাটি অৰ্থাৎ কৰ পৰা ক্ৰয় কৰিছিল সেই সম্পৰ্কত তদন্ত কৰিব আৰক্ষীয়ে ।

Body:বিস্ফোৰণ ঘটনাৰ লগত বুদ্ধিজীৱী কে ধৰি অধিক লোক আটক কৰাৰ সম্ভাৱনা। এই মন্ত্যব্য জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.