ETV Bharat / briefs

শিৱসাগৰত দুৰ্গত মহিলাৰ বাবে আশ্ৰয় গৃহ ! - অ' এন জি চি

অ' এন জি চি ৰ সাত লাখ টকাৰ আৰ্থিক সাহাৰ্যেৰে নিৰ্মাণ কৰা হৈছে এই আশ্ৰয় গৃহ

শিৱসাগৰত দুৰ্গত মহিলাৰ বাবে আশ্ৰয় গৃহ !
author img

By

Published : Jun 20, 2019, 11:34 PM IST

শিৱসাগৰ,২০ জুনঃ

  • শিৱসাগৰত দুৰ্গত মহিলাৰ বাবে আশ্ৰয় গৃহ
  • ১০ গৰাকী দুৰ্গত মহিলাই বিপদকালীন সময়ত আশ্ৰয় গ্ৰহণ কৰিব পাৰিব এই গৃহত
  • শিৱসাগৰ জিলা মহিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে শিৱসাগৰৰ ফুকন নগৰত মুকলি কৰা হয় "দুৰ্গত মহিলাৰ হ্ৰস্ব কালীন আশ্ৰয় গৃহ"
    শিৱসাগৰত দুৰ্গত মহিলাৰ বাবে আশ্ৰয় গৃহ !
  • জিলা মহিলা সমিতিৰ কাৰ্যালয় প্ৰাংগণত আনুষ্ঠানিকভাৱে এই আশ্ৰয় গৃহ শিৱসাগৰ জিলাৰ মাননীয় উপায়ুক্ত ডাঃ এছ লক্ষ্মণনৰ উপস্থিতিত বৃহস্পতিবাৰে ONGC-ৰ অসম সম্পদৰ কাৰ্যকৰী সঞ্চালক তথা সম্পদ প্ৰবন্ধক এছ দি মাচকেইয়ে শুভ উদ্বোধন কৰে এই আশ্ৰয়গৃহটোৰ
  • উল্লেখযোগ্য যে, অ' এন জি চি ৰ সাত লাখ টকাৰ আৰ্থিক সাহাৰ্যেৰে নিৰ্মাণ কৰা হৈছে এই আশ্ৰয় গৃহটো

শিৱসাগৰত দুৰ্গত মহিলাৰ বাবে আশ্ৰয় গৃহ :১০ গৰাকী দুৰ্গত মহিলাই বিপদকালীন সময়ত আশ্ৰয় গ্ৰহণ কৰিব পাৰিব এই গৃহত:ONGC- ৰ অসম সম্পদৰ কাৰ্যকৰী সঞ্চালক তথা সম্পদ প্রবন্ধক এছ দি মাচকেই কৰে শুভ উদ্বোধন ।

Story-WOMEN SHELTER
Ananta Smith
Sivasagar
20th June

A_SVR_20TH_JUNE_804-805_WOMEN_SHELTER_7230499

শিৱসাগৰ জিলা মহিলা সমিতিৰ উদ্যোগত আজি নগৰৰ ফুকন নগৰত "দুৰ্গত মহিলাৰ হ্ৰস্ব কালীন আশ্ৰয় গৃহ" এটি মুকলি কৰা হয়।

জিলা মহিলা সমিতিৰ কাৰ্যালয় প্ৰাংগণত আনুষ্ঠানিকভাৱে আজি এই আশ্ৰয় গৃহ শিৱসাগৰ জিলাৰ মাননীয় উপায়ুক্ত ডাঃ এছ লক্ষ্মণনৰ উপস্থিতিত ONGC- ৰ অসম সম্পদৰ কাৰ্যকৰী সঞ্চালক তথা সম্পদ প্রবন্ধক এছ দি মাচকেই শুভ উদ্বোধন কৰে।উল্লেখযোগ্য যে এই আশ্ৰয় গৃহ
তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ (ONGC) সাত লাখ টকাৰ আৰ্থিক সাহায্যৰে নিৰ্মান কৰা হৈছে।এই আশ্ৰয় গৃহত অতি কমেও ১০ গৰাকী দুৰ্গত মহিলাই বিপদকালীন সময়ত আশ্ৰয় গ্ৰহণ কৰিব পাৰিব।
Bite: এছ দি মাছকে/ONGC
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.