ETV Bharat / briefs

ভোট বৰ্জনৰ হুংকাৰ দলগাঁৱৰ ভোটাৰৰ - ভোট বৰ্জনৰ হুংকাৰ দলগাঁৱৰ তিনি শতাধিক ভোটাৰৰ

দলগাঁও সমষ্টিৰ অন্তৰ্গত ৫নং বৰুৱাঝাৰ গাঁৱৰ তিনি শতাধিক ভোটাৰে পূৰ্বে দলগাঁও খুটি গাঁৱৰ ভোট কেন্দ্ৰত ভোটদান কৰিছিল যদিও লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত খুটিগাঁৱৰ পৰিৱৰ্তে সমষ্টিটোৰ অন্তৰ্গত ককালভাঙি যোগীগাঁৱৰ ভোটাৰ তালিকাতহে অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম ।

লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দলগাঁৱৰ তিনি শতাধিক ভোটাৰৰ
author img

By

Published : Apr 17, 2019, 11:44 PM IST

দৰং,17 এপ্ৰিলঃ বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দলগাঁৱৰ তিনি শতাধিক ভোটাৰৰ । স্থায়ীভাৱে বসবাস কৰি অহা গাঁওখনৰ বহু লোকৰ ভোটাৰ তালিকাত নাম নথকাৰ বাবেই শংকিত হৈ পৰিছে বৰুৱাঝাৰ গাঁৱৰ একাংশ ভোটাৰ । বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ বাবে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে ৷

লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দলগাঁৱৰ তিনি শতাধিক ভোটাৰৰ

উল্লেখ্য যে, দলগাঁও সমষ্টিৰ অন্তৰ্গত ৫নং বৰুৱাঝাৰ গাঁৱৰ তিনি শতাধিক ভোটাৰে পূৰ্বে দলগাঁও খুটি গাঁৱৰ ভোট কেন্দ্ৰত ভোটদান কৰিছিল যদিও লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত খুটিগাঁৱৰ পৰিৱৰ্তে সমষ্টিটোৰ অন্তৰ্গত ককালভাঙি যোগীগাঁৱৰ ভোটাৰ তালিকাতহে অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম । নিজ গাঁৱৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি অন্য গাঁৱৰ ভোটাৰ তালিকাত নাম স্থানান্তৰিত হোৱাত ভূক্তভোগী ৰাইজে অবগত কৰে বিভাগীয় কৰ্তৃপক্ষক৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ সেয়েহে বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ দৰে কঠোৰ সিন্ধান্ত গ্ৰহণ কৰিছে গাওঁবাসীয়ে ৷

Slug = VOTE _BOYCOTT 【FTP】

:##লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দলগাঁৱৰ তিনি শতাধিক ভোটাৰৰ  ।

Anchor:

    ।কাইলৈ  লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে দৰঙৰ দলগাঁৱৰ তিনি  শতাধিক ভোটাৰে। স্থায়ীভাৱে বসবাস কৰি অহা গাওঁখনৰ ভোটাৰ তালিকাত নাম নথকাৰ বাবে শংকিত হৈছে এই সকল ভোটাৰ  । বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ বাবে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে  গাওখনৰ ভোটাৰসকলে।  দলগাওঁ সমষ্টিৰ অন্তৰ্গত  ৫নং বৰুৱাঝাৰ গাঁৱৰ ৩ শতাধিক ভোটাৰে পূৰ্বে  দলগাও খুটি গাঁৱৰ ভোট কেন্দ্ৰত বছৰ বছৰ ধৰি ভোটদান কৰি আহিছে যদিও লোকসভা নিৰ্বাচনৰ  ভোটাৰ তালিকাত খুটিগাওঁৰ ভোটাৰ তালিকাৰ  পৰিৱৰ্তে সমষ্টি খনৰ অন্তৰ্গত ককালভাঙি যোগী গাওঁৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হৈছে তেওলোকৰ নাম  । নিজ গাঁৱৰ ভোটাৰ তালিকাৰ  পৰা নাম কৰ্তন কৰি  অন্য গাঁৱৰ ভোটাৰ তালিকাত তিনি শতাধিক লোকৰ নাম  স্থানান্তৰিত হোৱাত  ভূক্তভোগী ৰাইজে  বিভাগীয় কতৃপক্ষক অবগত কৰে  যদিও কোনো ধৰণৰ ব্যবস্থা  গ্ৰহণ নকৰাত হতাশাত ভোগা ভোটাৰে কাইলৈ অনুষ্ঠিত হবলগীয়া  লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ দৰে কঠোৰ সিন্ধান্ত গ্ৰহন কৰে । 
                 ====
দেবব্ৰত  গোস্বামী :দৰং
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.