ETV Bharat / briefs

বাক্সাত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

author img

By

Published : May 19, 2019, 5:24 PM IST

ঘটনাস্থলীত যুৱকজনৰ পৰিয়ালৰ লোকৰ উপস্থিতি অবিহনে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাক লৈ সন্দেহ প্ৰকাশ কৰি যুৱকজনক পৰিকল্পিতবাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

ভাড়াঘৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বাক্সা,১৯মে' : বাক্সাৰ উত্তৰকুছিত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য। বাক্সা জিলাৰ বৰবাৰী আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰকুছিত শনিবাৰে পুৱাৰ ভাগত চিপ লোৱা অৱস্থাত বিকাশ পাণ্ডে নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল । নলবাৰীৰ দৌলগোবিন্দপুৰৰ এই যুৱকজনে বিগত এবছৰে উত্তৰকুছিত ভাড়াতীয়া হিচাপে থাকি বাছৰ হেণ্ডিমেন হিচাপে কাম কৰিছিল । কিন্তু শনিবাৰে পুৱা যুৱকজনৰ মৃতদেহ ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ৷

ভাড়াঘৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

পিচত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷ কিন্তু ঘটনাস্থলীত যুৱকজনৰ পৰিয়ালৰ লোকৰ উপস্থিতি অবিহনে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাক লৈ সন্দেহ প্ৰকাশ কৰি যুৱকজনক পৰিকল্পিতবাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে বৰবৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি ঘটনাৰ উচিত তদন্তৰ দাবী কৰে ।

Slug Suspected suicide
Story Ftp
19may

Anchor বাক্সাত যুৱকৰ আত্মহত্যাক লৈ চাঞ্চল্য।
পৰিয়ালৰ হত্যা কৰাৰ অভিযোগ##

 Vo==বাক্সাৰ উত্তৰকুছিত যুৱকৰ আত্মহত্যাক লৈ চাঞ্চল্য ৷ শনিবাৰে ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ ৷ পৰিকল্পিত হত্যাৰ অভিযোগ পৰিয়ালৰ ৷ বৰবৰী থানাত এজাহাৰ প্ৰদান ৷ জানিব পৰা মতে বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰকুছিত শনিবাৰে পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল ৷ নলবাৰীৰ দৌলগোবিন্দপুৰৰ এই যুৱকজনে বিগত  এবছৰে উত্তৰকুছিত ভাড়াতীয়া হিচাপে থাকি এখন বাচত হেণ্ডিমেন হিচাপে কাম কৰিছিল ৷ কিন্তু কালি পুৱা যুৱকজনক ভাড়াঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ৷ পিচত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷ কিন্তু মৃত যুৱকজনৰ পৰিয়ালৰ সদস্য উপস্থিত অবিহনে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাত এতিয়া অভিযোগ উত্থাপিত হৈছে ৷ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাক লৈ সন্দেহ প্ৰকাশ কৰি যুৱকজনক পৰিকল্পিত হত্যা কৰা বুলি অভিযোগ কৰে ৷ ইতিমধ্যে ঘটনাটোত সন্দেহ প্ৰকাশ কৰি পৰিয়ালে বৰবৰী আৰক্ষী থানাটো এখন এজাহাৰ প্ৰদান কৰে ঘটনাটোৰ উচিত তদন্তৰ দাবী জনায় ৷ 

বাইট— পিতৃ/আত্মীয়

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.