ETV Bharat / briefs

অন্ধবিশ্বাস! কৰিমগঞ্জত কবৰৰ পৰা উলিয়ালে মৃতদেহ

কৰিমগঞ্জৰ খাগাইল গাঁৱত অন্ধবিশ্বাসৰ ফলত কবৰ খান্দি উলিওৱা হ'ল এটি ডেৰ বছৰীয়া শিশুৰ নৰকংকাল,জীয়াই থকাৰ সন্দেহতে কবৰ খান্দি উলিওৱা হয় নৰকংকালটো ৷

author img

By

Published : May 4, 2019, 5:40 PM IST

ডেৰ বছৰীয়া নৰ-কংকাল

কৰিমগঞ্জ,৪মে' : অন্ধ বিশ্বাসৰ কৱলত কৰিমগঞ্জৰ এখন গাঁও । শুকুৰবাৰে নিশা কৰিমগঞ্জৰ খাগাইল গাঁৱত অন্ধবিশ্বাসৰ ফলত কবৰ খান্দি উলিওৱা হ'ল এটি নৰকংকাল । ডেৰ বছৰ পূৰ্বে মৃত্যু হোৱা এটি শিশু বৰ্তমানেও জীৱিত থকা বুলি গাঁওবাসীয়ে আশংকা কৰি কবৰ খান্দি শিশুটোৰ নৰকংকাল উলিয়ায়।

ডেৰ বছৰীয়া নৰ-কংকাল

উল্লেখ্য যে, ডেৰ বছৰ পূৰ্বে বিষাক্ত সাপৰ দংশনত খাগাইল এলেকাৰ এমাদ উদ্দিন নামৰ এটি চাৰি বছৰীয়া শিশুৰ মৃত্যু হৈছিল । এই মৃত শিশুটিক গাঁওবাসীয়ে ইছলামিক ৰীতি-নীতিৰে কবৰ দিয়া হৈছিল । কিন্তু এই ঘটনাৰ পাছতেই শিশুটি জীয়াই থকা বুলি পিতৃ-মাতৃয়ে প্ৰতিদিনে সপোন দেখে । যাৰ বাবে শনিবাৰে গাঁওবাসীয়ে বেজ আনি নৰ কংকালটো উলিয়ায় ।

Intro:SLUG : A VILLAGE IN THE FACE OF BLIND FAITH.

কৰিমগঞ্জত অন্ধ বিশ্বাসৰ কৱলত এখন গাঁও । কবৰ খান্দি উলিওৱাৰ চেষ্টা চলিছে এটা শিশুৰ মৃতদেহ । 

একৈশ শতিকাতো অন্ধ বিশ্বাসৰ কৱলত এইখন অসমৰ বহু গাঁও । এইবাৰ কৰিমগঞ্জত সংঘটিত হৈছে চাঞ্চ্যলকৰ ঘঠনা । ডেৰ বছৰ পূৰ্বে মৃত্যু হোৱা এটা শিশু হেনো এতিয়াও জীৱিত । যাৰ ফলত কবৰ খান্দি শিশুটোক উদ্ধাৰ কৰাৰ চেষ্টা চলালে গাঁওবাসীয়ে । কৰিমগঞ্জৰ খাগাইল গাঁওত সংঘটিত হৈছে এই ঘঠনা । 

বিগত ডেৰ বছৰ পূৰ্বে বিষাক্ত সাপৰ দংশনত (snake bite) মৃত্যু হৈছিল খাগাইল এলেকাৰ শামিম উদ্দিনৰ চাৰি বছৰীয়া পুত্ৰ সন্তান এমাদ উদ্দিনৰ । পিছে গাঁওৰ লোকৰ সহযোগিতাৰে ইছলামীক ৰীতি অনুসৰি কবৰ দিয়া হৈছিল সেই পুত্ৰ সন্তানটিৰ । সম্প্ৰতি হেনো মৃত সন্তানটিৰ পিতৃ মাতৃয়ে প্ৰতি নিশাই নিজৰ পুত্ৰ জীৱিত আছে বুলি স্বপোন দেখি আহিছে । ইয়াৰ পিছত আৰম্ভ হয় বিভিন্ন মৌলানাৰ লগত যোগাযোগ । এলেকাৰ লোকৰ মতে যি মৌলানাৰ ওচৰত বিষয়টো সন্দৰ্ভত সোধপোছ কৰা হৈছিল সেই মৌলানাই হেনো জানিবলৈ দিছিল যে পুত্ৰ সন্তানটি এতিয়াও কবৰৰ ভিতৰত জীৱিত অৱস্থাত আছে । আৰু ইয়াৰ পিছৰ দৃশ্য এয়া....... মৃত সন্তানটি জীৱিত বুলি খান্দা হৈছে কবৰ । অবশ্যে ঘটনাটো চাৰিওফালে বিয়পি পৰাৰ পিছত এতিয়া সুৰ সলনি হৈছে গাঁওৰ লোকৰ । জানিব পৰা মতে নিশাৰ ভাগত কোনো এগৰাকী ওজাৰ উপস্থিতত মৃতদেহটো কবৰৰ পৰা তুলি অনা হব । মুট কথাত যত মাটিৰ তলত পুতি থোৱা  অৱস্থাত কোনো এজন লোক হয়তো ডেৰ মিনিট সময় ধৰি জীৱিত থকাটো প্ৰায় অসম্ভৱ । তেনে অৱস্থাত ডেৰ বছৰ পূৰ্বে মৃত্যু হোৱা পুত্ৰ সন্তানৰ জীৱিত দেহ উদ্ধাৰ কৰাটো কিমান দুৰ যুক্তি সংগত ? এয়া অভাৱ নে আন কিবা । এয়া লৈ বৰ্তমানে কৰিমগঞ্জ জিলা জুৰি অব্যাহত আছে জোৰ চৰ্চা ।

Date : 04.05.19
Amirul Alom siddiquey South karimganj Body:SLUG : A VILLAGE IN THE FACE OF BLIND FAITH.

Amirul Alom siddiquey South karimganj Conclusion:SLUG : A VILLAGE IN THE FACE OF BLIND FAITH.

Amirul Alom siddiquey South karimganj
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.