ETV Bharat / briefs

মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীক এক বিশেষ অনুষ্ঠানৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰা হয়৷

মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন
author img

By

Published : Jun 25, 2019, 8:05 AM IST

মৰিগাঁও, 25 জুন: উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীক এক বিশেষ অনুষ্ঠানৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰা হয়৷ সদৌ মৰিগাঁও ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ৷ এই বিশেষ অভিনন্দন অনুষ্ঠানত পৌৰহিত্য কৰে জিলা সভাপতি হিমাংশু মহন্তই৷ আনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰে৷

মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

জিলা সম্পাদক দিপুল কুমাৰ নাথে আঁতধৰা আনুষ্ঠানটোত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ প্ৰমুখ্য কেইবাগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়াই ৷ সোমবাৰৰ এই অনুষ্ঠানত জিলাখনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-অভিভাৱক উপস্থিত থাকে।

Intro: উচচ আৰু উচচতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্র ছাত্ৰীক সদৌ মৰিগাঁও ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশেষ অভিনন্দন অনুষ্ঠান।

Body:মৰিগাঁৱত ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান।মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ অভিনন্দন অনুষ্ঠানত পৌৰহিত্য কৰে জিলা সভাপতি হিমাংশু মহন্তই। সোমবাৰৰ এই আনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লীলা কান্ত বৰঠাকুৰে।জিলা সম্পাদক দিপুল কুমাৰ নাথে আঁতধৰা আনুষ্ঠানটোত জিলা আৰক্ষী অধীক্ষক স্বপ্ন নীল ডেকাৰ প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়াই কয় যে কেৱল উচচ আৰু উচচতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হলেও নহব। আগন্তুক দিনত সৰ্বভাৰতীয় পয্যায়ৰ প্ৰতিযোগিতা মূলক পৰীক্ষা সমূহত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ লগতে পৰিয়া,অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহবান জনাই। মনকৰিবলগীয়া যে ৰাজ্য ৰ শিক্ষা নীতিৰ ওপৰত কঠোৰ ভাষাৰে সমালোচনা কৰে।byte:dipankar nath
president, asu.
সোমবাৰৰ এই অনুষ্ঠানত জিলাখনৰ শতাধিক ছাত্র ছাত্ৰী ৰ লগতে শিক্ষক অভিভাৱক উপস্থিত থাকে।

Conclusion:Ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.