ETV Bharat / briefs

বিদুৎ নাই গতিকে নহ'ল পৰীক্ষা

পুনৰ অনা-অসমীয়া বিষয়াৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ ছাত্ৰ সন্থাৰ৷ বিদ্যুৎ নথকাৰ বাবে ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাক লৈ যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়া ৷

author img

By

Published : Jun 14, 2019, 7:10 PM IST

যোৰহাটত বিদুৎ নথকাৰ বাবে অ এন জি ছি ৰ অনলাইন পৰীক্ষা দিয়াৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

যোৰহাট, 14 জুন: পুনৰ অনা-অসমীয়া বিষয়াৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ ছাত্ৰ সন্থাৰ৷ বিদ্যুৎ নথকাৰ বাবে ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাক লৈ যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়া৷

উল্লেখযোগ্য যে আজি ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অ-কাৰিকৰী বিভাগৰ পদৰ বাবে অন-লাইন লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল৷ আৰু এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত হৈছিল পৰীক্ষাকেন্দ্ৰত৷ কিন্তু পৰিতাপৰ বিষয় যে যোৰহাটৰ ফুকন আলিত অৱস্থিত গ্লবেল ইন্জ্ঞীনিয়াৰিং নামৰ শিক্ষা প্ৰতিষ্ঠানটোত পৰীক্ষা দিবলৈ নাপালে এই সকল পৰীক্ষাৰ্থীয়ে ৷ কাৰণ পৰীক্ষাকেন্দ্ৰটোত বিদ্যুৎ নথকাৰ বাবেই অনলাইন পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হয় এইসকল পৰীক্ষাৰ্থী ৷ যাৰ বাবে একাংশ ক্ষোভিত লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰীক্ষাকেন্দ্ৰটোত ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সদস্য উপস্থিত হৈ ঘটনাৰ সম্পৰ্কত যোৰহাটৰ চিনামৰাস্থিত ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পাছত প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ উচ্চ পদস্থ বিষয়াই আহি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াতহে পৰীক্ষাৰ্থী সকল শান্ত হয়৷

পৰীক্ষা অনুষ্ঠিত কৰা নামত লৰা-ধেমালি।।।বিদুৎ নথকাৰ বাবে দিব নোৱাৰিৰে ভাৰতীয় প্ৰাকৃতিক গেছ আৰুতেল নিগমৰ পৰীক্ষা।।

পুনৰ অনা-অসমীয়া বিষয়াৰ বলি হোৱাৰ গূৰুতৰ অভিযোগ ছাত্ৰ সন্থাৰ। উপযুক্ত আন্তগাঠনি নোহোৱা কেন্দ্ৰত ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়া।উল্লেখযোগ্য যে আজি ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ বিভিন্ন কাৰিকৰী আৰু অ-কাৰিকৰী বিভাগৰ অন-লাইন লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল।যাৰ কাৰণে যোৰহাটত বিভিন্ন জিলাৰ পৰা প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বহু আশা কৰি পৰীক্ষা দিবলৈ আহিছিল।কিন্তু যোৰহাটৰ ফুকন আলিত অৱস্থিত গ্লবেল ইংন্জ্ঞীনিয়াৰিং নামৰ শিক্ষা প্ৰতিষ্ঠানটোত পৰীক্ষা দিবলৈ নাপালে এই সকল পৰীক্ষাৰ্থীয়ে।কাৰন পৰিক্ষা কেন্দ্ৰটোত বিদ্যুৎ নথকাৰ বাবে ই অন-লাইন পৰিক্ষাৰ পৰা বঞ্চিত হব লগা।হয়।যাৰফলত গ্লবেল ইংন্জ্ঞীনিয়াৰিং নামৰ কেন্দ্ৰটোত তীব্ৰ হুলস্থুলীয়া।পৰিৱেশ সৃষ্টি হয়।আৰক্ষী আহিহে পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিব লগীয়া হয়।উল্লেখযোগ্য যে ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সদস্য উপস্থিত হৈ ঘটনাৰ সম্পৰ্কত যোৰহাটৰ চিনামৰাস্হিত ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ কতৃপক্ষক অবগত কৰাৰ পাছত চিনামৰাস্হিত ভাৰতীয় প্ৰাকৃতিক গেছ আৰু তেল নিগমৰ উচ্চ পদস্থ বিষয়াই আহি পুনৰ পৰিক্ষা অনুষ্ঠিত কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াতহে পৰীক্ষাৰ্থী সকল শান্ত হয়।আনহাতে ছাত্ৰ সন্থাৰ সদস্যই এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে যে এজন অনা -অসমীয়া বহিৰাগত উচ্চ পদস্থ বিষয়াই আন্তগাঠনিহীন কেন্দ্ৰটোত পৰিক্ষা অনুষ্ঠিত কৰাক লৈ ৰহস্যৰ সৃষ্টি কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.