হোজাই, ১৫ জুনঃ হোজাই জিলাৰ ডবকাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্তই প্ৰকাণ্ড শাল গছ বগৰাই ডকাইতি বা অন্য দুস্কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ সন্দেহ ৰাইজৰ । ডবকা-ডিফু পথৰ শাল বাগানত নিশা সংঘটিত হৈছে এই ঘটনা। গছ বগৰাৰ শব্দ শুনি ঘটনাস্থলিত উপস্থিত হয় বন বিভাগৰ লোক। সম্প্ৰতি ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী তথা বন বিভাগৰ লোকে অব্যাহত ৰাখিছে তদন্ত।
হোজাইৰ ডবকাত ঘাইপথত নিশা গছ বগৰাই ডকাইতিৰ চেষ্টা
ডবকাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা গছ বগৰাই ডকাইতি বা অন্য দুস্কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ সন্দেহ ৰাইজৰ । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
some people tried to dacoits in dabaka, Hojai