ছিপাঝাৰ,৪মে' : শনিবাৰে ছিপাঝাৰৰ হাজৰিকাপাৰা জাতীয় বিদ্যালয়ত শিক্ষক,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত এখন আলোচনা হৈ থকাৰ সময়তে প্ৰচণ্ড ধুমুহা আহে । এই ধুমুহাৰ ফলত বিদ্যালয়খনৰ ওপৰত বাগৰি পৰে এডাল গছ । গছডাল বাগৰি পৰাৰ ফলত বিদ্যালয়খনত বিস্তৰ ক্ষতি হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকসকলৰ ।
ছিপাঝাৰৰ বিদ্যালয়ত বাগৰি পৰিল গছ - ছাত্ৰ-ছাত্ৰী
ধুমুহাৰ ফলত বিদ্যালয়খনৰ ওপৰত বাগৰি পৰে এডাল গছ । গছডাল বাগৰি পৰাৰ ফলত বিদ্যালয়খনত বিস্তৰ ক্ষতি হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকসকলৰ ।
ছিপাঝাৰৰ বিদ্যালয়ত বাগৰি পৰে গছ
ছিপাঝাৰ,৪মে' : শনিবাৰে ছিপাঝাৰৰ হাজৰিকাপাৰা জাতীয় বিদ্যালয়ত শিক্ষক,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত এখন আলোচনা হৈ থকাৰ সময়তে প্ৰচণ্ড ধুমুহা আহে । এই ধুমুহাৰ ফলত বিদ্যালয়খনৰ ওপৰত বাগৰি পৰে এডাল গছ । গছডাল বাগৰি পৰাৰ ফলত বিদ্যালয়খনত বিস্তৰ ক্ষতি হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকসকলৰ ।
sample description