ETV Bharat / briefs

শিৱসাগৰত বাইক আৰোহীৰ ওপৰত পৰিল গছ - ধাইআলিৰ বাঢ়ৈটিং বুধবৰীয়া বজাৰ

শিৱসাগৰৰ ধাইআলিৰ বাঢ়ৈটিং বুধবৰীয়া বজাৰত ধুমুহাৰ তাণ্ডৱ, ধুমুহাৰ ফলত বাইক আৰোহীৰ ওপৰত  উভালি পৰে গছ

শিৱসাগৰত বাইক আৰোহীৰ ওপৰত পৰিল গছ
author img

By

Published : May 19, 2019, 11:47 PM IST

শিৱসাগৰ, 19মে' : শিৱসাগৰৰ ধাইআলিৰ বাঢ়ৈটিং বুধবৰীয়া বজাৰত প্ৰচণ্ড ধুমুহাৰ ফলত দুজন বাইক আৰোহীৰ ওপৰত উভালি পৰিল গছ ৷ বাইকেৰে গৈ থকা অৱস্থাত ভাস্কৰ গগৈ আৰু নৱজ্যোতি দাস নামৰ দুই বাইক আৰোহীৰ ওপৰত বাগৰি পৰে গছডাল ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় যুৱক দুজন ৷ ভাস্কৰ গগৈৰ ঘৰ চাউলকৰা মঠাদাঙত আৰু নৱজ্যোতি দাসৰ ঘৰ আখৈক্ফুটীয়া বামবাৰীত ৷

শিৱসাগৰত বাইক আৰোহীৰ ওপৰত পৰিল গছ

ইফালে, গুৰুতৰভাবে আহত হোৱা যুৱক দুজনক স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও দুয়োজনৰ অৱস্থা সংকটজনক ৷ ইয়াৰে নৱজ্যোতি দাসক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

SLUG= SIBSAGOR STROM ATROCITY

শিৱসাগৰত বাইক আৰোহীৰ ওপৰত পৰিল গছ 

শিৱসাগৰ, 19মে' :  শিৱসাগৰৰ ধাইআলিৰ বাঢ়ৈটিং বুধবৰীয়া বজাৰত ধুমুহাৰ তাণ্ডৱ ৷ প্ৰচণ্ড ধুমুহাৰ ফলত বাইক আৰোহীৰ ওপৰত  উভালি পৰে গছ ৷ বাইকৰে গৈ থকা অৱস্থাত ভাস্কৰ গগৈ আৰু নৱজ্যোতি দাস নামৰ দুই বাইক আৰোহীৰ ওপৰত বাগৰি পৰে গছ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় যুৱক দুজন ৷ 

ভাস্কৰ গগৈৰ ঘৰ চাউলকৰা মঠাদাঙত আৰু নৱজ্যোতি দাসৰ ঘৰ আখৈক্ফুটীয়া বামবাৰীত ৷ 

ইফালে, গুৰুতৰভাবে আহত হোৱা যুৱক দুজনক স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও দুয়োজনৰ অৱস্থা সংকটজনক ৷ ইয়াৰে নৱজ্যোতি দাসক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.